• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বেইজিঙৰ বহু প্ৰান্তত ল’কডাউন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2020 9:40 am
280
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনত ধৰা পৰা নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত সমগ্ৰ বিশ্ব পুনৰ আতংকিত হৈ থকাৰ সময়তে চীনে বেইজিঙৰ কিছু অংশত ল’কডাউন ঘোষণা কৰিছে।

ব্ৰিটেইনৰ নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই চীনে বেইজিঙৰ চুংয়ি জিলাৰ কিছু অংশত ল’কডাউনত ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পৰা চীনৰ বহু অঞ্চলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে।

চলিত বৰ্ষৰ জুন-জুলাইত বেইজিঙত ক’ৰ’না ভাইৰাছৰ সংক্ৰ্মণ আৰম্ভ হোৱাৰ পাছত এয়া দ্বিতীয়বাৰৰ বাবে বেইজিঙত ল’কডাউন ঘোষণা কৰা হৈছে।

বেইজিং পৌৰ নিগমৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি ছয়খন গাঁও, তিনিটা বিল্ডিং আৰু এটা ঔদ্যোগিক অঞ্চলকে ধৰি অন্যান্য তিনিটা অঞ্চলত ক’ৰ’নাৰ নতুন সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে।

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাত নতুন ক’ৰ’না ভাইৰাছ ধৰা পৰাৰ পাছতে সমগ্ৰ বিশ্বত পুনৰ আতংকৰ সৃষ্টি হৈছে।

ইতিমধ্যে ভালেসংখ্যক দেশে ব্ৰিটেইনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিমান সেনা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা নতুন ক’ৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে পূৰ্বৰ কোভিড প্ৰট’কল সমূহে কঠোৰভাৱে মানি চলাটো অতি প্ৰয়োজন বুলি নিৰ্দেশনা জাৰি কৰিছে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd