• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশুৰ সৃষ্টিশীলতাক বিকশাই তোলাৰ লক্ষ্যৰে এন ই এবেকাছৰ জাগীৰোড কেন্দ্ৰ মুকলি

চানু গগৈ by চানু গগৈ
December 30, 2020 4:47 pm
index.jpg
216
VIEWS
Share on FacebookShare on Twitter

গণিতক সহজসাধ্য কৰাৰ লগতে শিশুৰ সৃষ্টিশীলতাক বিকশাই তোলা এক কৌশল হৈছে এবেকাছ। বিগত এটা দশক ধৰি এন ই এবেকাছে মফচলীয় চহৰৰ লগতে বিভিন্ন স্থানত কেন্দ্ৰ স্থাপন কৰি আহিছে।

শেহতীয়াকৈ জাগীৰোডতো স্থাপন কৰা হৈছে এন ই এবেকাছৰ এটা কেন্দ্ৰ। মঙলবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয় এই কেন্দ্ৰটো।

এন ই এবেকাছৰ সঞ্চালিকা তুলসী প্ৰিয়া বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা এই অনুষ্ঠানতে কেন্দ্ৰটো মুকলি কৰে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে।

উল্লেখযোগ্য যে, জাগীৰোড শাখা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা, বচপন একাডেমীৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱালা, অধ্যক্ষ অনিন্দিতা বৰুৱা, প্ৰৱন্ধকাৰ দিগন্ত বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিক্ষক, অভিভাৱকৰ উপস্থিতিত  অনুষ্ঠিত এই অনুষ্ঠানত এবেকাছৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে এবেকাছৰ সঞ্চালিকা তুলসী প্ৰিয়া বৰদলৈয়ে।

আনহাতে কবি ৰাজীৱ চহৰীয়াই আঁত ধৰা এই অনুষ্ঠানতে জ্যোতি সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে শিক্ষয়িত্ৰী চন্দামিতা গোস্বামীয়ে।

ইতিমধ্যে ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰা এই কেন্দ্ৰটোয়ে শৈক্ষিক ক্ষেত্ৰত এক উল্লেখনীয় অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰ পৰিচালিকাদ্বয় কাশ্মীৰি দেৱী আৰু মনিকা ডেকাৰ লগতে উপস্থিত ব্যক্তিসকলে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd