• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ দুই কৃতবিদ্যক ২০১৯ আৰু ২০২০ৰ অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 8:14 am
Ramesh Pathak Photho. New jpg
235
VIEWS
Share on FacebookShare on Twitter

৩৩ সংখ্যক গুৱাহাটী গ্রস্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ২০১৯ আৰু ২০২০ বৰ্ষৰ বাবে অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হয়।

২০১৯ বৰ্ষৰ বাবে এই বঁটা গ্ৰহণ কৰে বিশিষ্ট সংস্কৃত পণ্ডিত গৱেষক ডঃ থানেশ্বৰ শৰ্মাই৷ ইপিনে শাৰীৰিক অসুস্থতাৰ বাবে বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ২০২০ বৰ্ষৰ বাবে এই বঁটা লাভ কৰা বিশিষ্ট ভাষাবিদ-সাহিত্যিক-পণ্ডিত ডঃ ৰমেশ পাঠক।

অনুষ্ঠানত ডঃ পাঠকৰ আগু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাই এই বঁটা তেওঁৰ বাসগৃহতে প্রদান কৰা হ’ব বুলি সদৰী কৰে প্রকাশন পৰিষদে৷

এই বঁটাত আছে অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ২ লাখকৈ টকা।

ইপিনে সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰা হয় বাৰেবহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ এই ভনু্ঠানত নলবাৰীৰ বৰ্ণলী ডেন্স একাডেমীয়ে পৰিৱেশন কৰা নৃত্যানুষ্ঠানে দৰ্শকক মুগ্ধ কৰে।

এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মিচিং আগম কেবাঙৰ প্রাক্তন সভাপতি গোবিন্দ টাইদে। প্রথম দিনাই গ্রন্থমেলাৰ বাকৰিত পৰিলক্ষিত হয় গ্ৰন্থ-ক্ৰেতা আৰু দৰ্শকৰ আশাব্যঞ্জক ভিৰ।

Recent News

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd