• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বছৰৰ শেষৰ দিনটোত কিষাণ মৰ্চাৰ প্ৰশংসনীয় কাৰ্য; চেনিটাইজ কৰিলে প্ৰায় ২০ খন বিদ্যালয়

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 31, 2020 5:40 pm
20201231_171118

ফটো: নৰ্থইষ্ট নাও।

912
VIEWS
Share on FacebookShare on Twitter

বছৰৰ শেষৰ দিনটোত বিজেপিৰ শিৱসাগৰ জিলাৰ কিষাণ মৰ্চাই ৰূপায়ণ কৰে প্ৰশংসনীয় কাৰ্যসূচী। বিশ্বজুৰি দেখা দিয়া কৰ’না সৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ থকা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ১ জানুৱাৰিৰ পৰা খোলাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। যাৰবাবে এতিয়া তৎপৰ হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ।

আজি বছৰৰ শেষৰ দিনটোত শিৱসাগৰ জিলা কিষাণ মৰ্চাৰ উদ্যোগত গ্ৰহণ কৰা হল এক প্ৰশংসনীয় কাৰ্যসূচী।

জিলাখনৰ আমগুৰি সমষ্টিৰ প্ৰায় ২০ খনতকৈ অধিক প্ৰাথমিক বিদ্যালয় চেনিটাইজ কৰে শিৱসাগৰ জিলা কিষাণ মৰ্চাই।

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠান সমুহত কণ কণ ছাত্ৰ-ছাত্ৰীসকল শংকাহীনভাৱে উপস্থিত হোৱাৰ বাবে কিষাণ মৰ্চাই বিদ্যালয়ৰ শ্ৰেণী কোঠা আৰু চৌহদ চেনিটাইজৰ ব্যৱস্থা কৰে।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ বান্দৰীজান প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

জিলা কিষাণ মৰ্চাৰ এই প্ৰশংসনীয় কাৰ্যক বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱকসকলেও আদৰণি জনায়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd