• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনে এৰিব খুজিলেও ক’ৰ’নাই নেৰে চীনক; ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনেও বাহৰ পাতিছে চীনত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2021 2:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনে বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰাৰ পিছত এইবাৰ চীনো ইয়াৰ কৱলত পৰা বুলি এক খবৰ লাভ কৰা গৈছে।

চীনৰ পৰা উৎপত্তি হোৱা ক’ৰ’না ভাইৰাছৰ শেহতীয়া নতুন ষ্ট্ৰেইনৰ এটা ঘটনা পোহৰলৈ অহাৰ কথা ৰয়টাৰ্ছে জনাইছে।

Apply Now

অৱশ্যে ইয়াৰ সবিশেষ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

উল্লেখ্য যে প্ৰথমে ক’ৰ’নাৰ নতুন ষ্ট্ৰেইন বৃটেইনত ধৰা পৰিছিল যদিও এতিয়া য়ুৰোপৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে এই নতুন ধৰণৰ ক’ৰ’না।

পূৰ্বতকৈয়ো অধিক সংহাৰী ৰূপত মূৰ দাঙি উঠা ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনে এতিয়া চিন্তাত পেলাইছে চিকিৎসক-বিজ্ঞানীসকলক।

শেহতীয়াকৈ দেখা দিয়া ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনে আক্ৰমণৰ লক্ষ্য যেন সলনি কৰিছে। এইবাৰ বয়সীয়াল লোকৰ সলনি কম বয়সৰ ল’ৰা-ছোৱালীক অধিক আক্ৰান্ত কৰাৰ তথ্য পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd