• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনাহাৰে থাকিও খুজি-মাগি অনা আহাৰ পদপথৰ কুকুৰক খুৱাই মানৱতাৰ নিদৰ্শন দেখুৱাইছে এগৰাকী নিঃসহায় মহিলাই

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
January 1, 2021 6:51 pm
VideoCapture_20210101-074645
431
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদামৰ এগৰাকী নিঃসহায় মহিলাই দেখুওৱালে অবোধ জীৱৰ প্ৰতি থকা প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন।

পুৰণিগুদামৰ গড়মূৰৰ এটি পৰিত্যক্ত পুথিভঁৰালত কেইটামান কুকুৰৰ সৈতে অকলশৰে দীৰ্ঘদিন ধৰি বাস কৰি অহা দৰিদ্ৰ মহিলা গৰাকীৰ নাম মমী দাস।

চকুৰেও ভালকৈ মনিব নোৱৰা মহিলা গৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জনৰ পৰা খুজি-মাগি এসাজ খাই আনসাজ নোখোৱাকৈ কোনোমতে অতিবাহিত কৰি আহিছে জীৱনটো।

কিন্তু নিচলা মহিলা গৰাকীৰো আছে এখন বহল হৃদয়!

মগনীয়া হ’লেও মহিলা গৰাকী দেখিলেই এই কথা সততে উপলব্ধি কৰিব পাৰিব আপুনিও।

খোজনীয়া মমী মাগিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পৰৰে পৰা পুনৰ উভতি ঘৰটো পোৱা পৰ্য্যন্ত প্ৰতিটো ক্ষণতে মমীক সংগ দিয়ে অঞ্চলটোৰ ভিন্ন ঠাইৰ পদপথৰ বহু কেইটা সৰু-বৰ কুকুৰে।

কাৰণ মমীয়ে সঁচা অন্তৰেৰে ভালপায় পদপথৰ অঘৰী কুকুৰবোৰক।

খুজি-মাগি পোৱা অধিকাংশ খাদ্য নিজে ভোকত থাকি হ’লেও হাঁহি মুখেৰে খুৱাবলৈ ভালপায় অঞ্চলটোৰ পদপথত দিন কটোৱা কুকুৰ বোৰক।

মমীৰ হাতত সুহৃদয় সকলে গুজি দিয়া বিস্কুট-চিপছ্, ৰুটী-চিঙৰা সকলোবোৰ নিজে নিৰাহাৰে থাকি হ’লেও বিলাই যায় পদপথত মমীৰ অপেক্ষাত ৰৈ থকা কুকুৰ বোৰৰ মাজত।

লক্ষণীয়ভাবে সৰ্বসাধাৰণে তিলমানো গুৰুত্ব প্ৰদান নকৰা পদপথৰ কোনো এটা কুকুৰৰ অস্বাভাৱিক মৃত্যুত কান্দি উঠে মমীয়ে, উপবাসেও থাকে কেইবাদিনো!

সৰ্ৱস্বান্ত হৈয়ো অবোধ জীৱৰ প্ৰতি খোজনীয়া মমীয়ে দেখুওৱা গভীৰ আত্মীয়তাৰ বাবে মমী এতিয়া চিৰ পৰিচিত পুৰণিগুদাম বাসীৰ মাজত।

যাৰ বাবে মৃদুভাষী মমীক বহুজনে দান কৰে মুক্তহস্তে।

নিজৰ আত্মীয় লোকেও বহু বছৰৰ পূৰ্বেই ত্যাগ কৰা নিঃসহায় মমী কিন্তু ক্ৰমশঃ ৰুগীয়া হৈ পৰাত এতিয়া লাহে-লাহে হেৰুৱাব ধৰিছে  দৃষ্টিশক্তিও।

বিভিন্ন আঘাতেৰে জৰ্জৰিত হোৱাৰ পিছতো নিজ শৰীৰটোৰ প্ৰতি তিলমানো ভ্ৰূক্ষেপ নকৰি কেৱল নিৰ্বোধ জীৱ কেইটিৰ বাবে দিনৰ দিনটো মাগি ফুৰা মমীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি দিবৰ বাবে ইচ্ছুক সদাশয় লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পুৰণিগুদামৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd