• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচণ্ড শীত প্ৰৱাহৰ কৱলত সমগ্ৰ উত্তৰ ভাৰত, দিল্লীত ধাৰাসাৰ বৰষুণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2021 1:18 pm
delhi-rains-news
168
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড শীত প্ৰৱাহে জোকাৰি গৈছে সমগ্ৰ উত্তৰ ভাৰতক।

আগন্তুক কেইটামান দিনত উত্তৰ ভাৰতৰ ৰাজ্য সমূহত শীত প্ৰৱাহৰ মাত্ৰা আৰু অধিক বৃদ্ধি পাব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো শীত প্ৰৱাহৰ মাত্ৰ আহি থকা কেইটামান দিনত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইপিনে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত ভূতৰ ওপৰত দানহ পৰা দি আজি পুৱাৰে পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ।শীতে কাবু কৰা দিল্লীত আৱতৰীয়া বৰষুণে মানুহৰ জীৱন যাত্ৰা দুৰ্বিসহ কৰি তুলিছে।

বিগত কিছুদিন ধৰি নতুন দিল্লীত শীত প্ৰবাহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ,বিহাৰ আদি ৰাজ্য সমূহত এতিয়াৰে পৰা শীতে অধিক সংহাৰ চলাব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰই প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলতো এই কেইদিনত শীতৰ পৰিমাণ বৃদ্ধি পাব।

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বতৰ আহি থকা কেইটামান দিনত শুকান হৈ থাকিব আৰু কুঁৱলীয়ে সংহাৰৰ সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে শীত প্ৰবাহ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে দেশৰ বিভিন্ন প্ৰান্তত ফ্লু জাতীয় ৰোগে মূৰ দাঙি উঠিছে। ক’ৰ’ণাতংকৰ সময়তে এনে ফ্লু জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱে  সকলোকে শংকিত কৰি তোলা পৰিলক্ষিত হৈছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd