• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৌৰভ গাংগুলীৰ অসুস্থতাৰ খৱৰ শুনি উদ্বিগ্ন নাগমা; কি কৰিলে অভিনেত্ৰীগৰাকীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2021 2:52 pm
sourav-nagma-1530856660

সৌৰভ গাংগুলী-নাগমা।

364
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটাৰ মহাৰাজ সৌৰভ গাংগুলী আৰু দক্ষিণৰ অভিনেত্ৰী নাগমাৰ মাজত থকা বন্ধুত্বক লৈ এসময়ত সৰৱ চৰ্চা চলিছিল। ক্ৰিকেটাৰ আৰু অভিনেত্ৰীগৰাকীৰ মাজৰ সম্পৰ্কক লৈ এটা অসম্পূৰ্ণ কাহিনী ৰৈ গৈছে।

শনিবাৰে সৌৰভ গাংগুলী হঠাৎ অসুস্থ হোৱাৰ খৱৰ শুনি উদ্বিগ্ন হৈ পৰিছে অভিনেত্ৰী নাগমা।

সৌৰভ হাস্পাতলত ভৰ্তি হোৱাৰ পাছতে উদ্বিগ্ন নাগমাই টুইট কৰি মনৰ কথা প্ৰকাশ কৰিছে। টুইটটোত সৌৰভক ট্যাগ কৰি লিখিছে,’’শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিছো। অলেখ প্ৰাৰ্থনা থাকিল।‘’

শনিবাৰে পুৱাই ঘৰতেই জিম কৰি থকাৰ সময়ত সৌৰভ গাংগুলী মুৰ ঘুৰাই পৰি গৈছিল। লগে লগে তেওঁক উডলেণ্ডছ হাস্পাতলত ভৰ্তি কৰা হয়।

সৌৰভৰ অসুস্থতাৰ খৱৰ পোৱা মাত্ৰকে ৰাজনীতিক, ক্ৰীড়াবিদকে আৰম্ভ কৰি চেলিব্ৰেটিসকলেও ক্ৰিকেটাৰ গৰাকীৰ খৱৰ ল’বলৈ দৌৰি আহে আৰু কিছুমানে ছচিয়েল মিডিয়াৰ জৰিয়তে আশু আৰোগ্য কামনা কৰিছে।

Wishing you a speedy recovery @SGanguly99 . Get well Soon . Much prayers .

— Nagma (@nagma_morarji) January 2, 2021

উল্লেখ্য যে এসময়ত নাগমাৰ সৈতে সৌৰভৰ সম্পৰ্কক লৈ বহুতো মুখৰোচক কাহিনী প্ৰকাশ পাইছিল। আনকি অভিনেত্ৰীগৰাকীৰ সৈতে দাক্ষিণাত্যৰ এটা মন্দিৰত বিয়া কৰাৰ খৱৰো ওলাইছিল।

পিচে, সেই সকলোবোৰ জল্পনা-কল্পনা আগ নাবাঢ়িল আৰু সেয়া মাথোঁ এটা অসম্পূৰ্ণ গল্প হিচাপে ৰৈ গ’ল।

Recent News

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd