• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না বিধি উলংঘা বিতৰ্কৰ মাজতে সকাহ; টীম ইণ্ডিয়াৰ সকলো খেলুৱৈৰে ৰিপ’ৰ্ট নিগেটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2021 10:23 am
Team India
175
VIEWS
Share on FacebookShare on Twitter

কেইবাগৰাকীও খেলুৱৈয়ে কৰ’না ভাইৰাছৰ বিধি উলংঘা কৰাৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে টীম ইণ্ডিয়াৰ বাবে এক সকাহৰ খৱৰ।

ৰোহিত শৰ্মা, শুভমন গীল, ঋষভ পন্টকে ধৰি দলটোৰ সকলো খেলুৱৈ তথা ছাপোৰ্ট ষ্টাফৰ কৰ’না ৰিপ’ৰ্ট নিগেটিভ আহিছে।

বিচিচিআইয়ে জানিবলৈ দিছে,’’যোৱা ৩ জানুৱাৰিত ভাৰতীয় ক্ৰিকেট দলৰ সকলো খেলুৱৈ আৰু ছাপোৰ্ট ষ্টাফৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল। আটাইৰে ৰিপ’ৰ্ট নিগেটিভ আহিছে।‘’

বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ তৃতীয়খন টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এয়া এক ভাল খৱৰ হিচাপে বিবেচিত হৈছে।

শেহতীয়াকৈ মেলব’ৰ্ণত এখন ৰেষ্টুৰেন্টত ৰোহিত শৰ্মা, শুভমন গীল,ঋষভ পন্টকে ধৰি পাঁচগৰাকী ভাৰতীয় খেলুৱৈয়ে খাবলৈ গৈছিল।

এগৰাকী ভাৰতীয় সমৰ্থক সৈতে দেখা কৰি তেওঁলোকে বায়’ বাব’লৰ বিধি ভংগ কৰা বুলি অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যম দাবী কৰিছিল।

ভাৰতীয় দলৰ ফালৰ পৰা অৱশ্যে কোনো বিধিভংগ নকৰা বুলি স্পষ্ট কৰি দিয়া হৈছিল।

এতিয়া অনাহক বিতৰ্কৰ মাজত বিচলিত নহৈ ছিডনীত তৃতীয় টেষ্টৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে টীম ইণ্ডিয়া।

অহা ৭জানুৱাৰিৰ পৰা ছিৰিজটোৰ তৃতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব।

Recent News

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd