• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগৰতলা বিমান বন্দৰৰ পৰা ভুৱা আধাৰ কাৰ্ডসহ ১২ গৰাকী বাংলাদেশী নাগৰিকক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2021 1:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে আগৰতলা বিমান বন্দৰৰ পৰা ভুৱা আধাৰ কাৰ্ডসহ ১২ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছে।

আটকাধীন আটাই কেইগৰাকী বাংলাদেশী নাগৰিককে পিছত বিমান বন্দৰ আৰক্ষী থানাত চমজাই দিয়া হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাংলাদেশীৰ দলটোৱে ৬ই-১১৯ নম্বৰৰ ইণ্ডিগ’ বিমানেৰে আগৰতলাৰ পৰা চেন্নাইলৈ যোৱাৰ উদ্দেশ্যে বিমান বন্দৰত উপস্থিত হৈছিল।

তেওঁলোকে আধাৰ কাৰ্ড দেখুৱাই বিমান বন্দৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।

কিন্তু যেতিয়া তেওঁলোকে ইণ্ডিগ’ কাউণ্টাৰৰ পৰা ব’ৰ্ডাৰিং কাৰ্ড সংগ্ৰহ কৰে তেতিয়া ইণ্ডিগ’ ষ্টাফে পুনৰ এবাৰ তেওঁলোকৰ আধাৰ কাৰ্ড চাব বিচাৰে।

ইণ্ডিগ’ ষ্টাফে তেওঁলোকৰ আধাৰ কাৰ্ড পুনৰীক্ষণ কৰাত এয়া ভুৱা বুলি প্ৰমাণিত হয়।

জানিব পৰা মতে বেলেগৰ নামত পঞ্জীয়ন হৈ থকা আধাৰ কাৰ্ড সমূহত কেৱল মাত্ৰ তেওঁলোকৰ ফটো সংলগ্ন কৰি দিয়া হৈছে।

এই কথা পোহৰলৈ অহাৰ পিছতে ইণ্ডিগ’ ষ্টাফে বাংলাদেশী নাগৰিক কেইজনক বিমান বন্দৰ আৰক্ষীক গতাই দিয়ে।

বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই লোকসকলে চিকিৎসাৰ বাবে চেন্নাইলৈ যাব আহিছিল বুলি আৰক্ষীৰ প্ৰাথমিত তদন্তত পোহৰলৈ আহে।

তেওঁলোকে সোনামুৰা মহকুমাৰ কোনো লোকৰ পৰা ভুৱা আধাৰ কাৰ্ড সমূহ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে কোনো বৈধ নথি-পত্ৰ অবিহনেই আগৰতলাত প্ৰৱেশ কৰিছিল।

আৰক্ষীয়ে এই লোক কেইজনক সোধা পোচা অব্যাহত ৰখাৰ লগতে ভুৱা আধাৰ কাৰ্ড যোগান ধৰা ৰেকেটটোৰ সবিশেষ উদ্ধাৰৰ বাবেও তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে সোনামুৰা হৈছে বাংলাদেশৰ নিকটৱৰ্তী এলেকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

September 9, 2025 6:39 am
নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

September 9, 2025 6:39 am
নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd