• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিব্বতী লোক নৃত্যৰে মুখৰিত হ’ল গুৱাহাটী গ্ৰন্থমেলাৰ থলী : ধ্বনিত হ’ল দালাই লামা জিন্দাবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2021 9:18 pm
index.jpgaa
161
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া তিব্বতৰ বাৰে-ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে আজি সন্ধিয়া মুখৰিত কৰে ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰাঙ্গণ।

বিশেষকৈ তিব্বতী শিল্পীসকলৰ ‘শ্লো লায়ন ডাল’ আৰু ‘য়াক ডাল’-এ শ্ৰোতা-দৰ্শকক হৰ্ষোল্লাসিত কৰি ৰঙীন কৰে গুৱাহাটী গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া।

চীনে পদানত কৰি ৰখা তিব্বতৰ শিল্পীসকলে লোক-কৃষ্টিৰ প্রদর্শন কৰি শ্ৰোতা-দৰ্শকৰ মনত অনাবিল আনন্দ প্রদান কৰাৰ সমান্তৰালকৈ তিব্বতীসকলে সহি থকা পৰাধীনতাৰ ব্যথাও প্রতিফলিত কৰে।

তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে গুৱাহাটী গ্ৰন্থমেলাৰ পৰাই চীনে হৰণ কৰা স্বাধীনতা ঘূৰাই দিবলৈ দাবী জনায়।

ইয়াতে তেওঁলোকে দালাই লামা জিন্দাবাদ ধনি দি নিজৰ স্বাধীনতা আকাংক্ষাক শক্তিশালী ৰূপত প্রদর্শন কৰে।

সাংস্কৃতিক সন্ধিয়াত আদৰণী ভাষণ প্রদান কৰি অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই তিব্বতী শিল্পীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশিষ্ট লেখক-প্রাকৃতিক কৰ্মী সৌম্যৱীপ দত্তই আঁত ধৰা তিব্বতী শিল্পীৰ এই সাংস্কৃতিক সন্ধিয়াই কেৱল গুৱাহাটী গ্ৰন্থমেলা বুলিয়েই নহয় অসমতে এক ইতিহাস ৰচন| কৰা বুলি মন্তব্য কৰে গ্ৰন্থমেলাৰ প্ৰাঙ্গণত সমবেত হোৱা লোকসকলে।

তিব্বতী শিল্পীসকলে তেওঁলোকৰ স্বদেশৰ স্বাধীনতা আন্দোলনলৈ অসমৰ জনতাৰ সঁহাৰি কামনা কৰে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd