• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেলেংগানাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰি উলিয়ালে জৈৱিক চেনিটাৰী নেপকিন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2021 10:04 am
150
VIEWS
Share on FacebookShare on Twitter

মাহেকীয়াৰ সময়ত মহিলা সকলৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে তেলেংগানাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীয়ে জৈৱিক চেনিটাৰী নেপকিন প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে।

তেলেংগানাৰ ভূৱাংগিৰি জিলাৰ জিলা পৰিষদ হাইস্কুলৰ ছাত্ৰী সকলে হালধী, কপাহ, নিমপাত আদিৰ দৰে সম্পুৰ্ণ প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ ‘স্ত্ৰী ৰক্ষা পেডছ’ নামৰ চেনিটাৰী নেপকিন প্ৰস্তুত কৰি উলিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

বজাৰত উপলব্ধ হোৱা নেপকিন সমূহ আৱৰ্জনা হিচাপে পেলাই দিয়াৰ পাছত ইয়াক নিষ্কাষণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ বাবে চৰকাৰী বিদ্যালয়খনৰ ছাত্ৰী সকলে জৈৱিক চেনিটাৰী নেপকিন প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল।

বৰ্তমান সময়ত প্ৰস্তুত কৰি অহা পেট্ৰ’লিয়ামজাত সমগ্ৰীৰ চেনিটাৰী নেপকিনৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী সকলে সম্পুৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰি উলিওৱা নেপকিন সমূহ ব্যৱহাৰৰ ফালৰ পৰাও অধিক উপযোগী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰি উলিওৱা জৈৱিক চেনিটাৰী নেপকিনত ব্যৱহাৰ হোৱা হালধী, নিম আদিৰ আয়ুৰ্বেদিক গুণাগুণে মাহেকীয়াৰ সময়ছোৱাত বিভিন্ন সংক্ৰমণৰ পৰাও মহিলা গৰাকীক সুৰক্ষা প্ৰদানত সহায় কৰিব বুলি এগৰাকী ছাত্ৰীয়ে উল্লেখ কৰে।

ইপিনে, বিদ্যালয়খনৰ ছাত্ৰী সকলে মানুহৰ মাজত মাহেকীয়াৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবেও জৈৱিক চেনিটাৰী নেপকিন সমূহ গাঁৱে-ভূৱে লৈ যাব বুলি জানিবলৈ দিয়ে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd