• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ কাৰ্যত ক্ষুব্ধ WHO; বিজ্ঞানীৰ দলটোক ক’ৰ’না তদন্তৰ অনুমতি কেতিয়া দিয়া হ’ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2021 12:06 pm
224
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছক লৈ চীনে দেখুৱাই অহা ব্যৱহাৰত ক্ষুব্ধ হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম ঘেব্ৰিয়াছুছে কয় যে ক’ৰ’না ভাইৰাছৰ উৎপত্তি সম্পৰ্কে তদন্ত কৰিবলৈ WHO-ৰ এটা দল চীনলৈ পঠোৱা হৈছিল।

কিন্তু এই পৰ্যন্ত দলটোক চীনে তদন্ত কৰাৰ অনুমতি প্ৰদান কৰা নাই আৰু ইয়াকে লৈ এতিয়া ক্ষুন্ন হৈ পৰিছে WHO।

WHOৰ মুৰব্বী ঘেব্ৰিয়াছুছে এখন সংবাদ মেল সম্বোধন কৰি কয় যে জানিব পাৰিছো যে চীনে এতিয়াও আমাৰ ক’ভিড তদন্তকাৰী দলটোক তদন্তৰ অনুমতি প্ৰদান কৰা নাই। এয়া অত্যন্ত দুখঃজনক।

তেওঁ এই খবৰ অত্যন্ত নিৰাশাজনক বুলি মন্তব্য কৰি কয় যে চীনত এই ভাইৰাছটো কেনেদৰে জন্ম হ’ল সেয়া আমাৰ বিজ্ঞানীৰ দলটোৱে তদন্ত কৰি জানিব বিচাৰিছে।

উল্লেখ্য যে বিজ্ঞানীৰ এটা দল চীনৰ য়ুহানলৈ যাব বিচাৰি আছিল, য’ৰ পৰা সমগ্ৰ বিশ্বজুৰি সংক্ৰমণ ঘটিছিল ক’ৰ’না ভাইৰাছৰ।

কিন্তু চীনে এইধৰণৰ তদন্তৰ তীব্ৰ বিৰোধিতা কৰি থকা পৰিলক্ষিত হৈছিল আৰু এতিয়াও বিৰোধ কৰি আছে।

চীনৰ এই কাৰ্যৰ বাবে দেশখন সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল যে তেওঁলোকে তেওঁলোকৰ লেবত এই ভাইৰাছবিধৰ উৎপত্তি কৰিছে।

আমেৰিক তথা য়ুৰোপৰ কেইবাখনো দেশে আৰম্ভণিৰ পৰাই চীনৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে।

Recent News

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd