• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰই আনিব নতুন আইন!: ২ বছৰ জেইল, ২ লাখ পৰ্যন্ত জৰিমনা; ২১ বছৰ অনুৰ্ধই কৰিব নোৱাৰিব ধূমপান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 7:58 am
Images-of-cigarettes-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান তথা অন্যান্য ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱনৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ।

শেহতীয়াকৈ তাৰে ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ক্ষেত্ৰত আইনী বয়স ১৮ বছৰৰ পৰা ২১ লৈ বৃদ্ধি কৰাৰ যো-জা চলাইছে।

Apply Now

ইতিমধ্যে কেন্দ্ৰই এই সম্পৰ্কীয় আইনৰ খচৰা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে।

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী(বিজ্ঞাপন আৰু বাণিজ্য, উৎপাদন, যোগান আৰু বিতৰণৰ নিষেধাজ্ঞা) সংশোধনী আইন, ২০২০ৰ খচৰা অনুসৰি ধূমপান তথা অন্যান্য ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ আইনী বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ হৈছে।

খচৰা প্ৰস্তুত কৰি তোলা নতুন আইনখন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উত্থাপন কৰাৰ কথা।

এই নতুন বিলখনেৰে ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰী আইন, ২০০৩ৰ সংশোধনী কৰিবলৈ চেষ্টা কৰা হৈছে।

প্ৰস্তাৱিত নতুন বিলখনে চিগাৰেট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক ক্ষতি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা বহু নতুন নীতি নিৰ্দেশনাৰ লগতে কিছুমনা কঠোৰ নীতি বলৱৎ কৰাৰ সম্ভাৱনা আছে।

সংশোধিত বিলখনৰ মতে শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ পৰ্যন্ত কোনো লোক বা ব্যৱসায়ীয়ে চিগাৰেট আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। আনকি ২১ বছৰৰ অনুৰ্ধ কোনো লোকেও ইয়াৰ ভিতৰত চিগাৰেট আৰু ধঁপাত ক্ৰয় কৰিব নোৱাৰিব।

নতুন বিধান অনুসৰি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে চিগাৰেট বা আন কোনো ধঁপাতৰ সামগ্ৰী প্ৰস্তুত, যোগান বা বিতৰণ নকৰিব যদিহে তেওঁৰ দ্বাৰা প্ৰস্তুত, যোগান বা বিতৰণ কৰা আন কোনো ধপাতৰ সামগ্ৰীৰ প্ৰতিটো পেকেজত ন্যূনতম পৰিমাণ ৰখা নহয়।

বিলখনৰ এই ৭ নং ধাৰাৰ প্ৰথমটো উলংঘনা কৰা সকলে ২ বছৰ পৰ্যন্ত কাৰাবাস খটাৰ লগতে ১ লাখ টকা জৰিমনা আৰু দ্বিতীয়টো উলংঘা কৰা সকলে ৫ বছৰ কাৰাবাস খটাৰ লগতে ৫ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

আনহাতে অভৈধভাৱে চিগাৰেট আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে এবছৰ কাৰাবাস আৰু ৫০ হাজাৰ টকা জৰিমনাৰ পৰা দুবছৰ কাৰাবাস আৰু ১ লাখ টকা জৰিমনা পৰ্যন্ত হ’ব পাৰে।

আনহাতে অবৈধভাৱে চিগাৰেট প্ৰস্তুতকৰণৰ শাস্তি হ’ব ২ বছৰৰ কাৰাবাস আৰু এক লাখ টকা জৰিমনা।

ইফালে নিষিদ্ধ ঘোষিত অঞ্চলত ধূমপান কৰিলে ২০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd