• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ দুৰ্নীতিক আওকাণ কৰা বাবে অনুতপ্ত বুলি অৱশেষত স্বীকাৰ কৰিলে তৰুণ গগৈয়ে

নবাৰুণ গুহ by নবাৰুণ গুহ
March 16, 2018 9:53 pm
Tarun Gogoi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ বিজেপিৰ চৰকাৰত শিক্ষা, স্বাস্থ্য, বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰিত্ব লৈ থকা প্ৰাক্তন কংগ্ৰেছী নেতা ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত শেহতীয়াকৈ চলি থকা বাকযুদ্ধত দুয়োজনেই নিতৌ পৰস্পৰক নতুন নতুন ধৰণে আক্ৰমণ কৰি থকা দেখা গৈছে। ইয়াৰ অংশ স্বৰূপে তৰুণ গগৈয়ে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই কথা অকপটে স্বীকাৰ কৰিলে যে তেওঁ নিজৰ কাৰ্য্যকালত হিমন্তৰ কেলেংকাৰিৰ বিষয়ে অৱগত হৈয়ো চকুমুদা কুলিৰ ভাও দিছিল।

উল্লেখযোগ্য যে এসময়ত তৰুণ গগৈৰ নয়নৰ মণি আছিল বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰীজন। সেই সুবাদতে প্ৰায় খোলা হাত দিছিল তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰতো শিক্ষা, স্বাস্থ্য, বিত্তৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ হাতত পোৱা মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সেই সময়ত বহু দুৰ্নীতিৰ অভিযোগ উঠিছিল যদিও মুখ্য মন্ত্ৰীয়ে সেইবোৰৰ প্ৰতি আওকণীয়া মনোভাব প্ৰদৰ্শন কৰিছিল।

Apply Now

আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত গগৈয়ে অকপটে স্বীকাৰ কৰে যে তেওঁ হিমন্তক বিভিন্ন কেলেংকাৰিত সুৰক্ষা দি ভুল কৰিছিল। ‘মই হিমন্তক কেইবাটাও কেলেংকাৰিত সুৰক্ষা দি ভুল কৰিলো। নিজকে অস্ত্ৰ-শস্ত্ৰৰ আইনৰ গোচৰৰ পৰা বাচিবলৈ তেওঁ কংগ্ৰেছত যোগদান কৰিছিল। এতিয়া লুই বাৰ্গাৰ কেলেংকাৰিৰ পৰা বাচিবলৈ বিজেপিত যোগদান কৰিলে। উত্তৰ কাচাৰ পাৰ্বত্য জিলাৰ কেলেংকাৰি আৰু সাৰদা কেলেংকাৰিতো তেওঁ জড়িত থকাৰ অভিযোগ উঠিছিল। কিন্তু মই এই সকলোবোৰৰ প্ৰতি আওকণীয়া মনোভাব ল’লো।’ অনুতপ্ত গগৈয়ে কয়।

গগৈয়ে লগতে কয় যে হিমন্তৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন নিউজ লাইভ নামৰ চেনেলটো আৰম্ভ কৰাটো তেওঁ সহায় কৰিছিল। ‘কেন্দ্ৰীয় চৰকাৰে হিমন্তক নিউজ চেনেল খুলিবলৈ অনুমতি দিব বিচৰা নাছিল। মই তেওঁক কেন্দ্ৰীয় গৃহ মন্ত্ৰী শিৱৰাজ পাটিলৰ ওচৰলৈ লৈ গৈছিলো আৰু তেওঁৰ সৈতে যুঁজ দিছিলো। মই তদানীন্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙকো লগ কৰিছিল। পিছত তেওঁলোক হিমন্তক নিউজ চেনেল খুলিবলৈ অনুমতি দিয়া বাবে সন্মত হ’ল।

আনহাতে হিমন্তই কংগ্ৰেছ চৰকাৰৰ দিনত কাম হোৱা নাছিল বুলি কোৱা অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰাত গগৈয়ে কয়, ‘মোৰ কাৰ্য্যকালৰ বেছিভাগ সময় হিমন্ত বিত্ত মন্ত্ৰী আছিল আৰু মোৰ হৈ তেৱেঁ বিধানসভাৰ মজিয়াত প্ৰশ্নৰ উত্তৰ দিছিল। গতিকে তেওঁ যেতিয়া মোৰ চৰকাৰৰ সফলতাৰ ছবি তেতিয়া বিধানসভাত দাঙি ধৰিছিল, গতিকে এতিয়া যদি তেওঁ মোৰ কাৰ্য্যকালত কাম হোৱা নাছিল বুলি কৈছে, তেন্তে মিছা কথা কৈছে। তেওঁ হয় তেতিয়া মিছা কথা কৈছিল নহয় এতিয়া মিছা কথা কৈছে। আৰু এই ধৰণৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি।’

নবাৰুণ গুহ

নবাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd