• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাকোৱেই এৰিব নোৱাৰি! দুগৰাকী প্ৰেমিকাকে আনন্দৰে একেলগে বিয়া পাতি থলে যুৱকে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2021 10:03 am
WhatsApp Image 2021-01-08 at 9.19.34 AM Chandu

ফটো সৌজন্য: ছচিয়েল মিডিয়া।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় পাঁচশ লোকৰ উপস্থিতিত ধুমধামেৰে বিয়া পাতিলে এজন যুৱকে। তাকো এজনী নহয়, দুজনীকৈ যুৱতীক। যুৱতী দুজনী হেনো তেওঁৰ প্ৰেমিকা।

এই ঘটনা ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত বস্তাৰ জিলাৰ। বিয়াত পৰিয়ালৰ লোকৰ উপৰি গাওঁবাসীও উপস্থিত আছিল। যুৱকজনৰ কীৰ্তি দেখি সকলোৱে অবাক।

Apply Now

চন্দু মৌৰ্য নামৰ যুৱকজনে দুয়োজনী যুৱতীক ভাল পাইছিল। সেয়ে তেওঁ কাকো এৰিব নোৱাৰে। অৱশেষত দুয়োজনীকে একেলগে বিয়া কৰাৰ সিদ্ধান্ত লয়।

চন্দুৱে জানিবলৈ দিয়া মতে দুয়োজনীয়েই একেলগে তেওঁৰ সৈতে আজীৱন কটাবলৈ ৰাজী আছে। সেয়ে, দুজনী পত্নীক লৈ এক সুখী বিবাহিত জীৱনৰ বাবে আশাবাদী ২৪ বছৰীয়া যুৱক চন্দু।

কিন্তু দুজনী যুৱতীয়েই কেনেকৈ চন্দুৰ প্ৰেমত পৰিল? সেয়াও এক কাহিনী।

এবাৰ বস্তাৰৰ টোকপাল অঞ্লত এটা ইলেকট্ৰিকৰ খুটা বহুৱাব গৈছিল চন্দু। তাতেই ২১ বছৰীয়া সুন্দৰী কাশ্যপৰ প্ৰেমত পৰে দিন হাজিৰা তথা কৃষি কৰ্মত জড়িত যুৱক চন্দু। দুয়োজনেই বিয়া কৰাৰো সিদ্ধান্ত লয়।

ইয়াৰ এবছৰ নৌহওতেই চন্দুৰ গাঁৱৰে এখন বিবাহ অনুষ্ঠানত হাছিনা বাঘেল নামৰ ২০বছৰীয়া যুৱতীৰ সৈতে চন্দুৰ প্ৰেম গঢ়ি উছে। চন্দুৱে হাছিনাকো এৰিব নোৱাৰা হ’ল।

চন্দুৱে দাবী কৰা মতে তেওঁৰ প্ৰেমিকা থকাৰ কথা জানিও হাছিনাই তেওঁৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে। ইয়াৰ পাছতে চন্দুৱে তেওঁৰ দুয়োজনী প্ৰেমিকাৰ মাজত চিনাকি-পৰিচয় কৰাই দিয়ে।

এতিয়া তিনিও চন্দুৰ ঘৰত তেওঁৰ পৰিয়ালৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে, বিয়াত হাছিনাৰ পৰিয়ালৰ লোক উপস্থিত থকাৰ বিপৰীতে সুন্দৰীৰ ফালৰ পৰা কোনো উপস্থিত নাছিল।

যোৱা ৫ জানুৱাৰিত সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে তিনিজনৰে বিয়া সম্পন্ন হৈ যায়। বিয়াৰ ভিডিঅ’ আৰু নিমন্ত্ৰণী পত্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd