• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আশ্বৰ্য: ক’ৰ’ণাৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ বিমানৰ সকলো টিকট অকলেই ক্ৰয় কৰিলে এইজন লোকে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2021 4:11 pm
richard-muljadi-shalvy
355
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি এতিয়া ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনকলৈ জনসাধাৰণ ত্ৰাসিত হৈ পৰিছে।

কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ হিচাবে প্ৰমাণিত হোৱা কোভিডৰ নতুন ষ্ট্ৰেইন ৰোধ কৰিবলৈ দেশে দেশে এতিয়া ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে।

এনে সময়তে বিমানত ক’ৰ’ণাৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ এজন লোকে অকলেই এখন বিমানৰ সকলো টিকট ক্ৰয় কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Socialite-says

ইণ্ডোনেছিয়াৰ জাকাৰ্টা নিবাসী ৰিচাৰ্ড মুলজাদি নামৰ লোক জনে তেওঁৰ পত্নীৰ সৈতে বালিলৈ যোৱাৰ বাবে অকলেই বিমান এখনৰ সকলো টিকট ক্ৰয় কৰিছে।

জাকাৰ্টাৰ পৰা বালিলৈ যোৱা বাটিক এয়াৰ নামৰ বিমান পৰিবহন সংস্থাৰ বিমান খনৰ সকলো টিকট অকলে ক্ৰয় কৰি লোকজনে সংক্ৰমণ ৰোধৰ বিষয়টোত নিশ্চিত হ’ব বিচাৰিছে বুলি তেওঁৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে।

ইনষ্টাগ্ৰামত মুলজাদিয়ে এইবুলি লিখিছে যে বিমানত তেওঁলোক দুজনেই ভ্ৰমণ কৰিব বিচাৰিছিল।

ব্যক্তিগত ভাবে বিমান এখন ভাড়া কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহয় বুলি মন্তব্য কৰি মুলজাদিয়ে কৈছে যে বিমানৰ সকলো টিকট কিনি পেলোৱাটোৱেই তেওঁৰ বাবে কম খৰচৰ বিষয় হ’ব বুলি ভাবিলে আৰু সেই মতে সকলো টিকট কিনিও পেলালে।

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd