• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিড প্ৰতিষেধক: মহানগৰীত দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰাণ সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 10:16 am
index

ফটো সৌজন্য: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰ

140
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাৰ ৩টা কেন্দ্ৰত শুকুৰবাৰে ক’ভিড প্ৰতিষেধক প্ৰদানৰ দ্বিতীয়টো ড্ৰাই ৰাণ সম্পন্ন কৰা হয়৷

মহানগৰীৰ ধীৰেনপাৰা এফ আৰ ইউ আৰু নটবমা পি এইচ চিৰ লগতে আঠগাঁৱৰ মাৰোৱাৰী হাস্পতালত পুৱা ৯ বজাৰ পৰা এই অনুশীলন কৰা হয়৷

প্ৰতিটো কেন্দ্ৰতে প্ৰতিষেধক প্ৰদানৰ বাবে ২৫ জনকৈ হিতাধিকাৰী বাঁচনি কৰা হয়৷

ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালক মনীন্দ্ৰ নাথ নাগটে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা, সাৰ্বজনীন প্ৰতিষেধক আঁচনিৰ যুটীয়া সঞ্চালিকা ডা° বিনীতা গোস্বামী, ৰাজ্যিক শীতলীকৰণ বিষয়া বিমান চৌধুৰী আৰু জিলা প্ৰতিষেধক বিষয়া ডা° ভৱেন্দ্ৰ কুমাৰ দাসে কেন্দ্ৰকেইটা ভ্ৰমণ কৰি ড্ৰাই ৰাণ কাৰ্যসূচীৰ তদাৰক কৰে৷

এই অনুশীলনৰ সময়ত সংশ্লিষ্ট কেন্দ্ৰকেইটাত ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ  প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা তথ্য প্ৰৱন্ধক, জিলা নগৰ স্বাস্থ্য সমন্বয়ক, জিলা সমন্বয়ক আৰু সহকাৰী তথ্য প্ৰৱন্ধকো উপস্থিত থাকে৷

ক’ভিড ভেকচিন প্ৰদান আৰম্ভ হোৱাৰ লগে লগে সকলো লোককে কোনো বিঘিনি নঘটাকৈ প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰালয়ে এই ড্ৰাই ৰাণ কাৰ্যসূচী ৰূপায়ণ কৰিছে৷

প্ৰকৃত প্ৰতিষেধক প্ৰদান কৰাৰ বাহিৰে আন সকলো প্ৰক্ৰিয়া এই ড্ৰাই ৰাণৰ সময়ত পালন কৰা হয়৷

ইতিমধ্যে যোৱা ২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, খানাপাৰা ৰাজ্যিক চিকিৎসালয় আৰু সোণাপুৰ জিলা চিকিৎসালয়ত প্ৰথম পৰ্যায়ৰ ড্ৰাই ৰাণ সফলতাৰে সম্পন্ন হৈ যায়৷

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd