• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূৰণ হ’ব সুশান্তৰ আধৰুৱা সপোন: নিৰ্মাণৰ পথত ‘চান্দ মামা দূৰ কি’ ছবি, কোন হ’ব অভিনেতা?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 2:16 pm
sushant
223
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ এটা আধৰুৱা সপোন পূৰণ হোৱাৰ পথত।

সৰুৰে পৰা মহাকাশৰ বিভিন্ন বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা সুশান্তই ঘৰতে স্থাপন কৰি লৈছিল টেলিস্কোপ।

সেই টেলিস্কোপেৰে তেওঁ বহু নিশালৈকে চাইছিল দূৰ-দূৰনিত থকা তৰা-গ্ৰহবোৰ।

তেওঁৰ মহাকাশকলৈ নিৰ্মাণ কৰা ছবিত অভিনয় কৰাৰ বৰ মন আছিল।

২০১৭ চনত সুশান্তৰ ইচ্ছা পূৰণ কৰাৰ বাবে পৰিচালক সঞ্জয় পূৰণ সিং আগবাঢ়ি আহিছিল।

ঠিক কৰা হৈছিল পৰিচালক সিঙে নিৰ্মাণ কৰিব ‘চান্দ মামা দূৰ কি’ নামৰ ছবি খন । য’ত মুখ্য ভূমিকাত অভিনয় কৰিব অভিনেতা সুশান্ত সিং ৰাজপুতে।

সেই মৰ্মে ২০১৭ চনতে সুশান্তই মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছালৈ গৈ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল।

আমেৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত সুশান্ত ব্যস্ত হৈ পৰিছিল আন প্ৰজেক্টৰ সৈতে।

সেই বাবে ‘চান্দ মামা দূৰ কি’ ছবি খনৰ কথাও লাহে লাহে তল পৰিছিল।সুশান্তৰ মৃত্যুৰ পিছত এতিয়া ছবিখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে পৰিচালক সঞ্জয় পূৰণ সিঙে।

সুশান্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেই পৰিচালক সিঙে ছবিখন নিৰ্মাণৰ কথা চিন্তা কৰা বুলি সাংবাদকিক জানিবলৈ দিছে।

ছবি খনত সুশান্তই অভিনয় কৰিবলগীয়া চৰিত্ৰটোত কোনে অভিনয় কৰিব সেয়া এতিয়াও ঠিক হোৱা নাই যদিও ২০১৭ চনতে ছবি খনত আৰ মাধৱন , নৱাজুদ্দিন ছিদ্দিকি আদিয়ে অভিনয় কৰাৰ কথা আছিল ।

এতিয়াও তেওঁলোকে ছবিখনত অভিনয় কৰাৰ সম্ভাৱনা আছে বুলি পৰিচালক সিঙে জানিবলৈ দিছে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd