• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীত নেতাই ধুবুনী আৰু বেউলা-লক্ষীন্দৰৰ আৱক্ষ মূৰ্তি উন্মোচন

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
March 17, 2018 9:45 am
dhubuni netai
947
VIEWS
Share on FacebookShare on Twitter

অসম পৰ্যটন উন্নয়ন নিগমে নিৰ্মাণ কৰি উলিওৱা নেতাই ধুবুনী আৰু বেউলা লক্ষীন্দৰৰ মূৰ্তি শুকুৰবাৰে আনুষ্ঠআনিকভাৱে শুভ উদ্বোধন কৰে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। অসম পৰ্যটন নিগমে প্ৰায় ১১লাখ টকা ব্যয় কৰি ধুবুৰীৰ ধুবুনী উদ্যানত নিৰ্মাণ কৰি উলিয়াইছে এই প্ৰতিমূৰ্তি।

শুকুৰবাৰে ধুবুৰীৰ নেতাই ধুবুনী উদ্যানত জয়ন্ত মল্ল বৰুৱাই মূৰ্তি উন্মোচন কৰাৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাত কয়- ‘ধুবুৰীৰ ইতিহাস নতুন প্ৰজন্মই হয়তো নাজানে। ধুবুৰীত বহু ঐতিহাসিক স্থান সিঁচৰিত হৈ আছে। সেয়ে পৰ্যটনৰ ক্ষেত্ৰত এই জিলাখনে অধিক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে’।

‘ইয়াৰ উপৰি অসম উন্নয়ন নিগমে ৰাজ্যৰ ঐতিহাসিক স্থান সমূহ বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰাৰ চেষ্টা চলাই আছে। আজিৰ পৰা কিছু বছৰ পূৰ্বে ধুবুৰীৰ মান বহু পৰিমানে উচ্চ আছিল যদিও এতিয়া সেই মান বহু পৰিমানে হ্ৰাস পাইছে। কিন্তু পৰ্যটন নিগমে দুবুৰীৰ পৰ্যটনস্থলী সমূহক উন্নয়ন কৰি প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছে’। এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

ইয়াৰ উপৰি নেতাই ধুবুনী, গুৰু ত্যাগ বাহাদুৰ সিং চাহিব আদিৰ ব্যক্তিত্ব সমাজ তথা নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ’ব বুলিও বৰুৱাই উল্লেখ কৰে।

আনহাতে ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানীৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা মুকলি সভাখনত জিলা বিজেপিৰ উপ-সভাপতি দেৱময় সান্ন্যল, জিলাৰ আৰক্ষী অধীক্ষক লংনিট টেৰাং, নিৰ্বাচন বিষয়া বিস্তীৰ্ণ বৰুৱা আদি উপস্থিত থাকে। মুকলি অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে জনসংযোগ বিষয়া বিকাশ শৰ্মাই।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd