• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

টাৱাঙৰ মঞ্জুৰী বিদ্যাপীঠ পৰিদৰ্শন ৰাজ্যপাল বি ডি মিশ্ৰৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 17, 2018 11:08 am
Manjushree Vidhyapith
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰই টাৱাঙস্থিত মঞ্জুৰী বিদ্যাপীঠ ভ্ৰমণ কৰা দেখা যায় সহধৰ্মিণী নীলম মিশ্ৰাৰ সৈতে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা পদ্মশ্ৰী বঁটা প্ৰাপ্ত লামা থুপটেন ফাণ্টছকৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকী অভিভূত হোৱা দেখা যায়।

ছাত্ৰ-ছাত্ৰীসকলৰ লগত হোৱা মত বিনিময় অনুষ্ঠানৰ সময়ত ৰাজ্যপালে শিক্ষাৰ্থীসকলক দেশৰ উন্নয়নত প্ৰতিদান আগবঢ়াবলৈ উন্নত মানৰ শিক্ষা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

Apply Now

ইয়াৰ উপৰি শিক্ষাৰ্থীসকলে সৈনিক বিদ্যালয়ত নাম ভৰ্তি কৰি দেশৰ সুৰক্ষা ক্ষেত্ৰতো দৃঢ়তাৰে সেৱা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে ৰাজ্যপাল মিশ্ৰাই।

আনহাতে ৰাজ্যপালে লামা ফাণ্টছকৰ বিদ্যালয়খনৰ প্ৰতি অবদান তথা শিক্ষা প্ৰদানৰ দৰে মহান কামত ব্ৰতী হৈ থকা বিধ্যালয়খনৰ সকলো কৰ্ম-কৰ্তাকে ধন্যবাদ জনায়। তদুপৰি বিদ্যালয়খনৰ উন্নয়নৰ বাবে ৰাজ্যপাল মিশ্ৰই এক লাখ টকাৰ আৰ্থিক সহায়ো আগবঢ়োৱা পৰিলক্ষিত হয়।

বিদ্যালয়খনত উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যপাল মিশ্ৰই সহধৰ্মিণীৰ সৈতে খিনমেই বৌদ্ধ মঠ আৰু প্ৰয়াত দৰ্জী খাণ্ডু স্মাৰক সংগ্ৰাহালয় পৰিভ্ৰমণ কৰে।

ইয়াৰ উপৰি ৰাজ্যপাল আৰু পত্নীয়ে টেক্সটাইল, বস্ত্ৰ আৰু হস্তশিল্প এম্পোৰিয়াম পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰদৰ্শনীতো অংশ লোৱা পৰিলক্ষিত হয়। ৰাজ্যপাল মিশ্ৰই স্থানীয় যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয়তা বঢ়োৱাৰ বাবে স্থানীয় বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায়।

উল্লেখ্য যে ৰাজ্যপালে জিলা উপায়ুক্ত, জিলাৰ আৰক্ষী অধীক্ষক আৰু বিভিন্ন শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ লগতো ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কে এক পৰ্যালোচনা মূলক সভাত অংশ লয়। এই আলোচনাত ৰাজ্যৰ সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ বাবে কেনেদৰে এশ শতাংশ উন্নয়নমূলক আঁচনিৰ সফলতা লাভ কৰিব পাৰি সেই বিষয়ে ৰাজ্যপালে বহুটো পৰামৰ্শ আগবঢ়ায়।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd