• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিমেণ্ট, তীখা কোম্পানীয়ে ইচ্ছামতে বঢ়াই গৈছে দাম, গাডকাৰীৰ স্বীকাৰোক্তিয়ে উদঙালে চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2021 10:21 am
a gad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাৰ সংক্ৰমণে কঁকাল ভাঙি পেলোৱা দেশৰ অৰ্থনীতিলৈ সুস্থিৰ অৱস্থা উভতি আহিবলৈ আৰু বহু সময়ৰ প্ৰয়োজন হ’ব।

দেশবাসীয়ে অৰ্থনৈতিক দুৰাৱস্থাৰ সন্মুখীন হোৱাৰ সময়তে চিমেণ্ট, তীখাকে ধৰি নিৰ্মাণ কাৰ্যত ব্যৱহৃত আন সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যই এতিয়া সৰ্বস্বান্ত কৰিছে সকলোকে।

চিমেণ্ট, তীখা আদিৰ মূল্য বৃদ্ধিৰ বিষয়টোৱে এতিয়া যে কেৱল সাধাৰণ জনতাকে শলঠেকত পেলাইছে তেনে নহয়, আনকি চৰকাৰেও বিষয়টোকলৈ বিপাঙত পৰিবলগীয়া হৈছে।

এই কথাৰ উমান পোৱা গ’ল কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ ভাষ্যৰ পৰা।

চিমেণ্ট, তীখা আদিৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মন্তব্য কৰি গাডকাৰীয়ে কয় যে চিমেণ্ট, তীখা আদি নিৰ্মাণকাৰী কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰি গৈছে।

ফলত চৰকাৰৰ বিভিন্ন পৰিকাঠামোজনিত নিৰ্মাণ কাৰ্যত স্থৱিৰতা আহি পৰিছে।

বিল্ডাৰ্ছ এছোচিয়েছন অৱ ইণ্ডিয়াৰ ৱেষ্টাৰ্ণ মণ্ডলৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰি গাডকাৰীয়ে কয় যে চিমেণ্ট, তীখা আদি কোম্পানীবোৰৰ উৎপাদকসকলৰ নিৰ্দিষ্ট গোট আছে আৰু সেই গোটেই নিজৰ খেয়াল-খুছি অনুসৰি এনেবোৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈছে।

চৰকাৰে অহা ৫ বছৰত প্ৰায় ১১১ লাখ কোটি টকাৰ পৰিকাঠামো সম্পৰ্কীয় নিৰ্মাণকাৰ্যৰ পৰিকল্পনা কৰিছে যদিও চিমেণ্ট, তীখা আদিৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে চৰকাৰ বিমোৰত পৰিবলগীয়া হৈছে।

তেওঁ লগতে কয় যে তীখা কোম্পানীবোৰৰ নিজস্ব খনি  আছে। সেয়ে শ্ৰমিক অথবা আন খৰচ এনে কোম্পানীত বৃদ্ধি পোৱাৰ সম্ভাৱনা বিশেষ নাথাকে।

ইমানৰ পিছতো কিয় তীখা কোম্পানী বোৰে দাম বৃদ্ধি কৰি গৈছে সেয়াহে তেওঁ বুজি নাপায় বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ কথাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে চিমেণ্ট, তীখা আদি কোম্পানীৰ ওপৰত চৰকাৰৰ বিশেষ নিয়ন্ত্ৰণ নাই।

সেই বাবেই এনে কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি দাম বঢ়াই যাব পাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd