• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনসংযোগ বিভাগক বিজেপিৰ প্ৰচাৰ শাখালৈ ৰূপান্তৰিত কৰাটো সহ্য কৰা নহ’ব: প্ৰদেশ কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2021 8:01 am
dipr-assam-1280x720-750x375
181
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে শিলচৰলৈ অহা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ দলীয় সভালৈ সংবাদকৰ্মী সকলক জন-সংযোগ বিভাগৰ বিষয়াই সামাজিক মাধ্যমযোগে নিমন্ত্রণ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছে এক বিবৃতিযোগে তেওঁলোকৰ এই অসন্তুষ্টিৰ কথা প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ প্ৰশ্ন, বিভাগীয় সকলো নীতি নিয়ম ধোঁৱা চাঙত তুলি জন-সংযোগৰ বিষয়াই কাৰ নিৰ্দেশত এনেদৰে শাসকীয় ৰাজনৈতিক দলটোৰ দলীয় সভালৈ সংবাদ কৰ্মীক নিমন্ত্রণ কৰিলে?

দলটোৱে লগতে কয় যে নিশ্চয়কৈ চৰকাৰৰ শীর্ষ মহলৰ নিৰ্দেশ অবিহনে এনে কাম কৰিবলৈ এজন বিষয়াই কেতিয়াও সাহস নকৰে। অসম চৰকাৰৰ আঁচনি সমূহ ৰাইজৰ কাষলৈ লৈ যোৱা আৰু প্ৰচাৰ কৰাটোহে জন সংযোগ বিভাগৰ প্ৰধান দায়িত্ব, শাসকীয় দলৰ ৰাজনৈতিক সভালৈ নিমন্ত্রণ কৰটো নহয়।

কিন্তু, তাৰ পৰিৱর্তে সোমবাৰৰ ঘটনাই জন সংযোগ বিভাগটো বৰ্তমান সোণোৱাল চৰকাৰৰ দিনত বিজেপি দলৰ শাখালৈহে পৰিৱর্তন হোৱাটোকে প্ৰমান কৰিলে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্রী আৰু তেওঁৰ প্ৰেছ উপদেষ্টা গৰাকীক অসম প্রদেশ কংগ্রেছ কমিটিয়ে প্ৰশ্ন কৰে যে কাৰ নিৰ্দেশত জন সংযোগ বিভাগ বিজেপিৰ প্ৰচাৰ শাখালৈ পৰিৱৰ্তিত হ’ল বা হৈছে ?

অসম প্রদেশ কংগ্রেছে জনসংযোগ বিভাগ আৰু চৰকাৰৰ এনে হঠকাৰী কাৰ্য্যৰ তীব্র বিৰোধিতা কৰিছে আৰু গৰিহণা দিছে।

প্ৰদেশ কংগ্ৰেছে সোমবাৰৰ এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰে আৰু ভৱিষ্যতৰ দিনত যাতে কোনোপধ্যেই জন-সংযোগ বিভাগক বিজেপি দলৰ প্ৰচাৰ শাখালৈ পৰ্যবসিত কৰিবলৈ অপচেষ্টা নকৰে তাৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd