• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যাদ উকলি যোৱা বি আই এছ প্ৰমাণপত্ৰ আৰু আই এছ অ’ প্ৰমাণ পত্ৰৰে এ এ চি ব্লক বিক্ৰী কৰি আছে ব্ৰিকোলাইটে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2021 8:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদিহে আপুনি এ এ চি ব্লকেৰে অসমত নিজৰ সপোনৰ ঘৰটো বনাব বিচাৰিছে তেন্তে সাৱধান হওঁক।

অসমত সৰ্বাধিক বজাৰ দখল কৰা এ এ চি ব্লক নিৰ্মাতা ব্ৰিকোলাইটে ম্যাদ উকলি যোৱা প্ৰমাণ পত্ৰৰে বজাৰত সামগ্ৰী বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে।

Apply Now

ব্ৰিকোলাইটৰ ৱেবচাইটত প্ৰমাণপত্ৰ শাখালৈ গ’লে দেখা পোৱা গৈছে যে ইয়াৰ বি আই এছ মাৰ্ক আৰু আই এছ অ’কে ধৰি সাধাৰণ চাৰিবিধ প্ৰমাণপত্ৰৰ ম্যাদ ইতিমধ্যে উকলি গৈছে।

কামৰূপ গ্ৰাম্য জিলাৰ চিলাত থকা লোহিয়া গ্ৰুপৰ কাৰখানাত ব্ৰিকোলাইট প্ৰস্তুত কৰা হয়।

ব্ৰিকোলাইটৰ ৱেবচাইটত দেখুৱাই থোৱা চি এম/এল ৫৪০০০১৮৭৯৪ নম্বৰৰ বি আই এছ প্ৰমাণপত্ৰখনৰ ২০১৭ চনৰ ২৫ এপ্ৰিলতে ম্যাদ উকলি গৈছে।

বি আই এছ প্ৰমাণপত্ৰই সামগ্ৰীৰ গুণমান, সুৰক্ষা আৰু ভৰসাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰে আৰু ভাৰত চৰকাৰে নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা সামগ্ৰী সমূহৰ ক্ষেত্ৰত বি আই এছ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰিছে।

বি আই এছ প্ৰমাণপত্ৰৰ উপৰিও ব্ৰিকোলাইট এ এ চি ব্লকৰ দুখন আই এছ অ’ প্ৰমাণপত্ৰৰ ম্যাদো উকলি গৈছে।

ব্ৰিকোলাইট এ এ চি ব্লকৰ দুখন আই এছ অ’ প্ৰমাণপত্ৰ- আই এছ অ’ ৯০০১:২০০৮ আৰু আই এছ অ’ ১৪০০১:২০০৪ ২০১৮ চনৰ ৩০ মাৰ্চত ম্যাদ উকলি গৈছে।

বি আই এছ প্ৰমাণত্ৰৰ নিচিনাকৈ আই এছ অ’ প্ৰমাণপত্ৰয়ো গ্ৰাহকক সামগ্ৰী সমূহৰ গুণগত মানদণ্ড সম্পৰ্কে নিশ্চয়তা প্ৰদান কৰে। আই এছ অ’ ৯০০০১য়ে গ্ৰাহকক ভাল সামগ্ৰী আৰু সেৱাৰ নিশ্চয়তা প্ৰদান কৰাৰ বিপৰীতে আই এছ অ’ ১৪০০১ য়ে প্ৰাকৃতিক সুৰক্ষাৰ ক্ষেত্ৰত নিশ্চয়তা দিয়ে।

ব্ৰিকোলাইটৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰদান কৰা প্ৰমাণপত্ৰখনো ২০১৭ চনৰ ৩১ মাৰ্চত ম্যাদ উকলি গৈছে।

ব্ৰিকোলাইটে গুৱাহাটীৰ ওচৰৰ চাংচাৰিত জাৰ্মান প্ৰযুক্তিৰে সম্পুৰ্ণ স্বয়ংক্ৰিয়ভাৱে এ এ চি ব্লক প্ৰস্তুত কৰি আহিছে বুলি দাবী কৰিছে।

লোহিয়া গ্ৰুপে ব্ৰিকোলাইট এ এ চি ব্লক লাইম, জিপচাম আৰু চিপেণ্ট ইত্যাদিৰ সৈতে প্ৰস্তুত কৰা হয় বুলি দাবী কৰে য’ত পানী আৰু এলুমিনিয়াম পাউদাৰক ফ’মিং এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়।

লোহিয়া গ্ৰুপৰ সঞ্চালক কৈলাশ চন্দ্ৰ লোহিয়াক এই ক্ষেত্ৰত বহুবাৰ মন্তব্যৰ বাবে যোগাযোগ কৰা গৈছিল যদিও তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰা সম্ভৱ নহ’ল।

ব্ৰিকোলাইট এ এ চি ব্লকৰ উপৰিও লোহিয়া গ্ৰুপে টপচেম আদিৰ দৰে চিমেণ্টো প্ৰস্তুত কৰি আহিছে।

‘বিল্ড গ্ৰীণ’ শ্লোগান দিয়া টপচেম চিমেণ্টে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত বিফল হোৱা পৰিলক্ষিত হৈছে আৰু মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সুৰক্ষাৰ ক্ষেত্ৰত বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd