• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2021 11:25 am
373268-pm-cares-fund-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পি এম কেয়াৰ্ছ ফাণ্ডৰ স্বচ্ছতাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। এই ফাণ্ডৰ টকাৰ উৎস জানিব বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে ১০০গৰাকী প্ৰাক্তন আমোলাই।

তেওঁলোকে দাবী কৰিছে যে পি এম কেয়াৰ্ছ ফাণ্ডত স্বচ্ছতাৰ অভাৱ ঘটিছে। এই ফাণ্ডৰ ধনৰ অনুদানৰ উৎস সম্পৰ্কে সকলোৱে জনা উচিত।

তেওঁলোকে দাবী কৰে যে এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ খোলক আৰু ফাণ্ডৰ আয়-ব্যয়ৰ হিচাপ সদৰী কৰক।

অৱসৰপ্ৰাপ্ত আমোলাসকলৰ এই পত্ৰ প্ৰধানমন্ত্ৰীৰ হাতত পৰিছে। কোনো ধৰণৰ দুৰ্নীতিৰ মুখত যাতে পৰিবলগীয়া নহয়, সেই বিষয়ে সতৰ্ক কৰি দিয়াৰ উদ্দশ্যেই এই পত্ৰ দিয়া বুলি কোৱা হৈছে।

প্ৰাক্তন আমোলাসকলে এই পত্ৰত লিখিছে যে কৰ’না পৰিস্থিতিত দেশখনে বহু কঠিন আৰ্থিক সংকটৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে। কিন্তু তাৰপাছতো পি এম কেয়াৰ্ছ ফাম্ডত বৃহৎ অংকৰ অনুদান জমা হৈছে।

তেওঁলোকে লিখিছে যে ইয়াৰ বাবেই সাধাৰণ নাগৰিকৰ মনত প্ৰশ্ন উঠিছে। সেই প্ৰশ্নৰ উত্তৰ দিব লাগে। প্ৰধানমন্ত্ৰীয়ে নিজেই এই বিষয়ত উদ্যোগ গ্ৰহণ কৰক।

এই পত্ৰ লিখা প্ৰাক্তন আইএএছ বিষয়াসকলৰ মাজত আছে অনিতা অগ্নিহোত্ৰী, এছ পি আমব্ৰ’ছে, শৰদ বেহাৰ, ছাজ্জাদ হুছেইন, হৰ্ষ মান্ধাৰ, পি জয় ওম্মেন, অৰুণা ৰায়, প্ৰাক্তন কূটনীতিক মধু ভাদুড়ী, দেব মুখাৰ্জী, সুজাতা সিং, প্ৰাক্তন আই পি এছ বিষয়া এ এছ দুলাত, পি জি জে নামপ’থিৰি আৰু জুলিঅ’ ৰিবেইৰোৰ দৰে আমোলা।

পি এম কেয়াৰ্ছ ফাণ্ডৰ সদস্যসকল হ’ল স্বয়ং প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী,  বিত্তমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী।

কৰ’না ভাইৰাছ মহামাৰীৰ মোকাবিলাৰ বাবে ২০২০ৰ ৩১ মাৰ্চলৈকে পি এম কেয়াৰ্ছ ফাণ্ডত ৩হাজাৰ ৭৬কোটি টকা অনুদান আহিছে। ৱেবছাইটৰ অডিট ৰিপ’ৰ্টত এই তথ্যই দাঙি ধৰা হৈছে।

পি এম কেয়াৰ্ছ ফাণ্ডৰ স্বচ্ছতাক লৈ পূৰ্বৰে পৰা বিৰোধীসকলে একাধিক আবেদন তথা সমালোচনা কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd