• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2021 10:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৪ সংখ্যক সংস্কৰণ অহা এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কিন্তু ইয়াৰ পূৰ্বে ২০ জানুৱাৰিৰ দিনটো অৰ্থাৎ আজি আই পি এল খেলা প্ৰতিগৰাকী ক্ৰিকেটাৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন।

Apply Now

১৪ সংখ্যক সংস্কৰণৰ বাবে কোন গৰাকী ক্ৰিকেটাৰক দলে ৰাখিব (ৰিটেইন) বা এৰি (ৰিলিজ) দিব সেয়া আজি নিৰ্ধাৰণ কৰা হ’ব।

ইয়াৰ বাবে বিচিচিআইয়ে ২০ জানুৱাৰিৰ দিনটো অন্তিম তাৰিখ হিচাপে ধাৰ্য কৰি দিছিল।

সেয়ে আজিৰ দিনটোতে দল সমূহে এই বিষয়ত সিদ্ধান্ত ল’ব।

আজি সন্ধিয়া ৬ বজাত ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত এটা শ্ব’ সম্প্ৰচাৰণ হ’ব আৰু সেই অনুষ্ঠানৰ জৰিয়তে কোন দলে কোন কোন ক্ৰিকেটাৰক ৰাখিলে বা দলৰ পৰা এৰি দিলে সেয়া জনোৱা হ’ব।

খেলুৱৈৰ ৰিটেইন আৰু ৰিলিজ তালিকা প্ৰকাশ পোৱাৰ পূৰ্বে বিভিন্ন চৰ্চা চলা পৰিলক্ষিত হৈছে।

চৰ্চিত খবৰ অনুসৰি ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভ স্মিথক এৰি দিয়া হ’ব। দলত ৰাখিবলৈ স্মিথক দিব লগীয়া হয় ১২.৫ কোটি টকা। তেওঁৰ নেতৃত্বত দলে যোৱা ছিজনত অত্যন্ত নিৰাশাজনক প্ৰদৰ্শন কৰিছিল।

যোৱা ছিজনত চেন্নাই ছুপাৰ কিংছৰ প্ৰদৰ্শনো আছিল অত্যন্ত শোচনীয়। ধোনীৰ নেতৃত্বত পোন প্ৰথমবাৰলৈ চেন্নাইয়ে প্লে অফত স্থান নাপালে।

দলে পীয়ুষ চাওলা আৰু মুৰালী বিজয়ক এৰি দিয়াটো ইতিমধ্যে খাটাং হৈ পৰিছে। ইয়াৰ উপৰি কেদাৰ যাদৱ আৰু সুৰেশ ৰাইনাৰ ভাগ্যও আজিয়ে নিৰ্ণয় হ’ব।

ইফালে আগন্তুক ছিজনত কিংছ ইলেভেন পঞ্জাৱতো কিছু সাল-সলনি দেখাৰ সম্ভাৱনা আছে। পঞ্জাৱে কৰুণ নায়াৰক এৰি দিব। মেক্সৱেল সন্দৰ্ভত মেনেজমেণ্ট এতিয়াও স্থিতি স্পষ্ট কৰিব পৰা নাই।

আনহাতে যোৱা ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ নেতৃত্ব লোৱা দীনেশ কাৰ্তিকক দলে এৰিব বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে যদিও নাইট ৰাইডাৰ্ছে তেওঁক দলত ৰাখিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে।

উল্লেখ্য যে বিচিচিআইয়ে ফেব্ৰুৱাৰিৰ দ্বিতীয় সপ্তাহত সাধাৰণভাৱে এটা নিলামৰ কাৰ্যসূচীৰ আয়োজন কৰিব পাৰে। অৱশ্যে, বোৰ্ডে এতিয়ালৈকে ইয়াৰ বাবে কোনো তাৰিখ ঘোষণা কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd