• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2021 12:32 pm
nasal-covid-vaccine-1
213
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া কোভিডৰ দুটাকৈ ভেকচিন সাধাৰণ লোকৰ মাজত প্ৰয়োগৰ কাম চলি আছে।

এনে সময়তে আজি CDSCO ৰ বিশেষজ্ঞ সমিতিয়ে ভাৰত বায়’টেকে প্ৰস্তুত কৰি উলিওৱা নাকেৰে ল’ব পৰা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণত অনুমোদন জনায়।

বিশেষজ্ঞ সমিতিৰ এনে অনুমোদনে কোভিডৰ ভেকচিনৰ জগতখনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি  আশা কৰা হৈছে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰি উলিওৱা নাকেৰে ল’ব পৰা ভেকচিন বিধ নাকৰ প্ৰতিটো ফুটাৰে এটোপালকৈ গ্ৰহণ কৰিলেই হ’ল।

কিছুদিন পূৰ্বে হায়দৰাবাদস্থিত কোম্পানীটোৱে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকৰ ওচৰত নাকেৰে গ্ৰহণ কৰিব পৰা ভেকচিন বিধৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি বিচাৰি আবেদন জনাইছিল।

ইয়াৰ পিছতে আজি বিশেষজ্ঞ সমিতিয়ে এই ভেকচিন বিধৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে।

নিটি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ভিকে পলে প্ৰকাশ কৰা মতে ভাৰত বায়’টেকৰ নাকেৰে ল’ব পৰা ভেকচিন বিধৰ পৰীক্ষণৰ বাবে ইতিমধ্যে পৰীক্ষণত ভাগ লবলগীয়া স্বেচ্ছাসেৱকসকলক বাচনি কৰা হৈছে।

তেওঁ লগতে কয় যে নাকেৰে ল’ব পৰা ভেকচিনৰ ক্ষেত্ৰত ছিৰিঞ্জৰ প্ৰয়োজন নহ’ব।

ভাৰতত যিহেতু ছিৰিঞ্জৰ ব্যৱহাৰ কৰি ভেকচিন ল’বলৈ কমেও ২.৬ বিলিয়ন ছিৰিঞ্জৰ প্ৰয়োজন হ’ব সেয়া ইয়াৰ বাবদ যথেষ্ঠ খৰচ হ’ব।

নাকেৰে গ্ৰহণ কৰিব পৰা ভেকচিনে ছিৰিঞ্জৰ খৰচ নোহোৱা কৰাৰ লগতে ২.৬ বিলিয়ন ছিৰিঞ্জে সৃষ্টি কৰিবলগীয়া প্ৰদূষণো দূৰ কৰিব বুলি পলে মন্তব্য কৰে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd