• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2021 2:28 pm
WhatsApp Image 2021-01-21 at 2.23.50 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুটি-চাপৰ লোকে নিজকে অলপ ওখ হোৱাৰ সপোন মাজে মাজে দেখাটো স্বাভাৱিক। কিন্তু বাস্তৱ পৰিস্থিতিত সেয়া সম্ভৱ নোহোৱাৰ বাবে সকলোৱে ভাগ্যকে ধিয়াই সেয়া মানি ল’বলগীয়া হয়।

কিন্তু আশ্চৰ্যকৰভাৱে আলফানছো ফ্ল’ৰোছ নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৮ বছৰীয়া যুৱকজনে এক বিশেষ অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ উচ্চতা ২ইঞ্চি বৃদ্ধি কৰি লোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে।

Apply Now

শুনিবলৈ আচৰিত যেন লাগিলেও এইটোৱে সঁচা। ডালাচৰ বাসিন্দা আলফানছোৰ বাৰ বছৰ বয়সৰ পৰাই ইচ্ছা হৈছিল যে যদি তেওঁ নিজৰ উচ্চত বৃদ্ধি কৰিব পাৰিলেহেঁতেন।

তেওঁৰ সেই ইচ্ছা অৱশেষত পূৰণ হ’ল আৰু নিজৰ উচ্চতা ৫ ফুট ১১ইঞ্চিৰ পৰা ৬ফুট ১ইঞ্চিলৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। ঘটনাটোৱে এক নতুন দৃষ্টান্ত দাঙি ধৰিলে।

আলফানছোৰ এই কামৰ বাবে ৭৫হাজাৰ আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৫ লাখ টকা খৰচ হয়।

এক সাক্ষাৎকাৰত আলফানছোৱে কয়,’’মই জানো ৫ফুট ১১ইঞ্চি উচ্চতা বহুত ভাল উচ্চতা। বহুতেই এন উচ্চতা লাভ কৰি সন্তুষ্ট। কিন্তু মোৰ ইচ্ছা আছিল যদি আৰু অলপ উচ্চতা পোৱাৰ।‘’

যুৱকৰ এনে খেয়ালৰ প্ৰতি পৰিয়াল বা আত্মীয় কোনোৱে গুৰুত্ব দিয়া নাছিল। সকলোৱে এনে আজৱ চিন্তা পৰিহাৰ কৰাৰ উপদেশেই দিছিল।

পিচে, আলফানছো আছিল নাচোৰবান্দা। নিজৰ এথলেটিক সক্ষমতা বৃদ্ধি কৰাটোৱেই আছিল তেওঁৰ ইচ্ছাৰ আঁৰৰ কাৰণ।

আলফানছোৰ এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰিছে হাৰ্ভাডৰ প্ৰশিক্ষণপ্ৰাপ্ত লাছ ভেগাছৰ অৰ্থ’পেডিক শল্য চিকিৎসক কেভিন দেবীপ্ৰসাদে।

এক্স-ৰেৰ জৰিয়তে এই অস্ত্ৰোপচাৰটোত ৰোগীৰ ভৰিত ছয়টা ফুটা কৰা হয়। তাৰপাছত সেই ফুটাৰে এটা বিশেষ যন্ত্ৰ প্ৰৱেশ কৰাই দিয়া হয়। যন্ত্ৰটো বাহিৰৰ পৰা ৰিম’টৰ সহায়ত নিয়ন্ত্ৰণ কৰা হয়। এই যন্ত্ৰই শৰীৰৰ ভিতৰত বাঢ়ি থাকে।

ডাঃ দেবীপ্ৰসাদে জানিবলৈ দিছে যে বিচাৰিলে ২ ইঞ্চিয়েই নহয়, আৰু বৃদ্ধি কৰিব পৰা যায়। মাথো ইয়াৰ বাবে খৰচ বৃদ্ধি পাব।

অৰ্থবান পৰিয়ালৰ চুটি-চাপৰ সন্তানে এনে কোনো বাসনা থাকিলে অৱশ্যেই চেষ্টা কৰি চাব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd