• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2021 10:46 am
বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট ভাষাবিদ, ভাষাতত্ববিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ৰমেশ পাঠকে মঙলবাৰে সন্ধিয়া মহানগৰীৰ হাতীগাঁৱৰ লক্ষ্মীনগৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ড০ পাঠকৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৯ বছৰ।

কটন কলেজ (বৰ্তমানৰ বিশ্ববিদ্যালয়)ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক পাঠকে অসময়ী ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট উল্লেখনীয় অৱদান আগবঢ়াইছে।

১৯৪২ চনৰ ১ মাৰ্চত নলবাৰীৰ খলিহাগুৰীত জন্মগ্ৰহণ কৰা পাঠকে টিহু হাইস্কুলৰ পৰা ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

নলবাৰী কলেজৰ পৰা ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

১৯৮৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা পাঠকে ভাষা আৰু ব্যাকৰণ বিষয়ত ভালে কেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

ইয়াৰ ভিতৰত ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস, ব্যাকৰণ আৰু প্ৰকৃতি বিজ্ঞান, ষ্টাডিছ ইন আছামিছ ভ’কেলুবেলাৰী, পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ব, অসমীয়া ভাষাৰ বিভিন্ন দিশঃ মত আৰু বিতৰ্কিত মত, নামে কি কৰে, থাক ঐ থাক সোমাই থাক, এটা নতুন সূৰ্য লাগে আদি উল্লেখযোগ্য।

উল্লেখ্য যে ২৫ জানুৱাৰিত অসম প্ৰকাশণ পৰিষদে তেখেতৰ বাসগৃহলৈ গৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছিল।

অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰীসীম অৱদানৰ বাবে ড০ পাঠকক অসম সাহিত্য সভাই ‘সাহিত্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰিছিল।

এইগৰাকী মহান শিক্ষাবিদ তথা ভাষাবিদৰ বিয়োগত সমাজ তথা সাহিত্যক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি বুলি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিহিত কৰি শোকপ্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd