• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 29, 2021 12:05 pm
Anshuman
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী চিনেমা আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা তথা জনপ্ৰিয় গায়ক আয়ুষ্মান খোৰানা এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

বলিউডৰ প্ৰতিষ্ঠিত পৰিচালক অনুভৱ সিংহাৰ এখন থ্ৰীলাৰ ছবিৰ মুল চৰিত্ৰ অভিনয় কৰা আয়ুষ্মান খোৰাণা এতিয়া উক্ত ছবিৰ দৃশ্য গ্ৰহণৰ বাবে আহিছে কাজিৰঙালৈ ৷

কাজিৰঙাৰ আয়’ৰা নামৰ বিলাসী হোটেলত সদল বলে বাহৰ পাতি কাজিৰঙাৰ সমীপৰ কাৰ্বি পাহাৰৰ নামনিৰ বিভিন্ন স্থানত ছবিৰ দৃশ্যগ্ৰহণ কৰিছে অভিনেতাজনে ৷

ছবিখনৰ পৰিচালক অনুভৱ সিংহাৰ লগতে সহ অভিনেতাও আহিছে কাজিৰঙালৈ ৷

বধাই হ’, অন্ধাধুন আৰু বিকি ড’ন’ৰদৰে জনপ্ৰিয় অভিনেতা আয়ুষ্মান খোৰানাই দৃশ্যগ্ৰহনৰ ব্যস্ততাৰ মাজতেই সময় উলিয়াই পৰিচালক অনুভৱ সিংহা আৰু দলৰ অনান্য সদস্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জীপচিৰে দৰ্শন কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আপ্লুত হোৱা অভিনেতা জনে নিজৰ ম’বাইল ফোনেৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ ফটো লবলৈও চেষ্টা কৰে ৷

কাজিৰঙাত ছবিৰ দৃশ্যগ্ৰহণ সামৰি আয়ুষ্মান খোৰানাৰ দলে ছবিৰ দৃশ্যগ্ৰহণৰ বাবে উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ যাব বুলি জানিব পৰা গৈছে ৷

বিশ্ব প্ৰসিদ্ধ ক্ৰিকেটাৰ কেভিড পিটাৰচেনৰ পিচত আয়ুষ্মান খোৰাণাৰ দৰে চেলিব্ৰেটিৰ আগমনত উৎফুল্লিত কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ সৈতে জৰিতসকল ৷

চেলিব্ৰেটিৰ আগমনে কভিড ১৯ সংক্ৰমনৰ শেষত ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰলৈ অন্য এক আশা কঢ়িয়াই আনিছে ৷

অকল পৰ্যটনেই নহয় চেলিব্ৰেটিৰ আগমনত উৎফুল্লিত কাজিৰঙালৈ অহা পৰ্যটকো ৷

অভিনেতা অংশুমানক কাষৰ পৰা চাবলৈ আৰু এখন চেলফি লবলৈ হেতাওপৰা লগাইছে কাজিৰঙাৰ পৰ্যটকে ৷

উল্লেখ্য অভিনয়ৰ উপৰিও অংশুমান খোৰানাই তেওঁ নিজে অভিনয় কৰা প্ৰায়বোৰ ছবিৰ গীততে কন্ঠ দান কৰিছে ৷

ইয়াৰ ভিতৰত অংশুমান কন্ঠ দান কৰা ধুম লগাকে হেইচা অন্যতম জনপ্ৰিয় গীত ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm
বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd