• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল কৰি তোলে’: ‘ৰণাংগন সন্মান’ গ্ৰহণ কৰি হোমেন বৰগোহাঞি

মুৰলী বৰুৱা by মুৰলী বৰুৱা
February 3, 2021 8:48 pm
IMG-20210203-WA0002

ৰণাংগন সন্মান গ্ৰহণ কৰাৰ মুহূৰ্তত প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল হ’বলৈ ব্যধ্য কৰি তোলে, দায়বদ্ধ কৰি তোলে।’’ আজি ৰণাংগন সন্মান, ২০২০ গ্ৰহণ কৰি প্ৰথিতযশা সাহিত্যিক, চিন্তাবিদ, সাংবাদিক হোমেন বৰগোহাঞিয়ে এই অভিমত ব্যক্ত কৰে৷

আজি সাহিত্যিকগৰাকীৰ নিজা বাসভৱনত অনাড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

Apply Now

বঁটা গ্ৰহণ কৰি প্ৰথিতযশা সাহিত্যিক বৰগোহাঞিয়ে লগতে কয় যে মোৰ গৃহত ইমান লোকৰ পদধূলা পৰাটোৱেই মোৰ বাবে পুৰস্কাৰ, মই ধন্য হ’লো।

আজি ৰণাংগন সন্মান প্ৰদান অনুষ্ঠানত বৰগোহাঞিক পাটৰ চেলেং, গামোচা, শৰাই, প্ৰশস্তি পত্ৰ, গ্ৰন্থৰ টোপোলা, নগদ দহ হেজাৰ টকা আৰু এটি স্মাৰকেৰে সন্মানিত কৰা হয়৷

ৰণাংগন সন্মানৰ বিশেষ স্মাৰকটি প্ৰদান কৰে সুলেখক তথা ইংৰাজী সাহিত্যৰ পণ্ডিত ড॰ দয়ানন্দ পাঠকে। স্মাৰক প্ৰদান কৰি ড॰ পাঠকে কয় যে, এই বঁটাৰে হোমেন বৰগোহাঞি ধন্য হোৱা নাই, বঁটাটোহে ধন্য হ’ল। এনে এজন প্ৰসিদ্ধ ব্যক্তিক ৰণাংগন সন্মানৰ বাবে নিৰ্বাচিত কৰাটোৱেই উচিত পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

ড০ পাঠকে লগতে কয় যে তেওঁ এগৰাকী নিজস্ব চিন্তা-চৰ্চা, ধ্যান-ধাৰণাৰে পৰিচালিত, কাৰো দ্বাৰা বিচলিত নোহোৱা চিন্তাবিদ। কেইবাটাও প্ৰজন্মক তেওঁ জ্ঞাতসাৰেই হওক, অজ্ঞতাসাৰেই হওক উদ্বুদ্ধ কৰি ৰাখিছে।

যোৱা বৰ্ষৰ এপ্ৰিল মাহতে এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও ক’ভিড সৃষ্ট পৰিস্থিতিৰ লকডাউনৰ বাবে বঁটা প্ৰদান কাৰ্যসূচী স্থগিত ৰাখিব লগা হৈছিল।

প্ৰতি বছৰে অসমৰ শিল্প, সাহিত্য আৰু সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা এজন বৰেণ্য ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়।

এই অনুষ্ঠানত ৰণাংগনৰ সম্পদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা, সম্পাদক মিণ্টু দাস, পৰিচালন সম্পাদক সঞ্জীৱ বৰা, ষ্টাফ ৰিপ’টাৰদ্বয় চালাহউদ্দিন, দীপেন শইকীয়াও উপস্থিত থাকে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd