• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব অভিলেখ! অভিষেক মেচতে বিস্ফোৰক দ্বিশতৰাণ কৰি বিজয়ৰ নায়ক মায়াৰ্ছ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 7:59 am
Mayers debut

কাইল মায়াৰ্ছ।

279
VIEWS
Share on FacebookShare on Twitter

ৱেষ্টইণ্ডিজৰ মিডলঅৰ্ডাৰ বেটছমেন কাইল মায়াৰ্ছে তেওঁৰ অভিষেক মেচতেই এক দুৰ্দান্ত ইনিংছেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

বাংলাদেশ বিৰুদ্ধে খেলা টেষ্টখনৰ চতুৰ্থ ইনিংছত মায়াৰ্ছে বাংলাদেশী স্পিনাৰক তুলাধূনা দি দ্বিশতৰাণ কৰিবলৈ সক্ষম হয়।

মায়াৰ্ছে ৩০২টা বল খেলি ২১০ ৰাণত অপৰাজিত হৈ থাকে।

মায়াৰ্ছৰ এনে দুৰ্দান্ত ইনিংছৰ ফলতেই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিজ। বাংলাদেশৰ জহুৰ আহমেদ ষ্টেডিয়ামত খেলা টেষ্টখনৰ চতুৰ্থ ইনিংছত সৰ্বোচ্চ ৰাণ অনুসৰণ কৰি ৩ উইকেটত বিজয় সাৱ্যস্ত কৰে ৱেষ্টইণ্ডিজে।

আনহাতে, কাইল মায়াৰ্ছে অভিষেক টেষ্ট মেচতে দ্বিশতৰাণ কৰিছে আৰু তাকো চতুৰ্থ ইনিংছত। বিশ্বৰ কোনো ক্ৰিকেটাৰৰ এনে অভিলেখ নাই।

দলত খেলাৰ সুযোগ লাভ কৰি ২৮ বছৰীয়া অলৰাউণ্ডাৰ মায়াৰ্ছে ইতিহাস সৃষ্টি কৰে।

দেওবাৰে দ্বিতীয় ছেছনত মুস্তাফিজুৰ ৰহমানৰ বলত বাউণ্ডাৰি কোবাই মায়াৰ্ছে শতৰাণ সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগেই তেওঁ কেইবাটাও অভিলেখ গঢ়ে।

অভিষেক টেষ্টতে শতৰাণ কৰা কাইল মায়াৰ্ছ হ’ল ৱেষ্টইণ্ডিজৰ ১৪তম ক্ৰিকেটাৰ। সেইদৰে টেষ্টৰ ইতিহাসত অভিষেক মেচৰ চতুৰ্থ ইনিংছত কেবল ৭জন ক্ৰিকেটাৰেহে শতৰাণ কৰাৰ অভিলেখ আছে।

এইদৰে শতৰাণ কৰি মায়াৰ্ছে প্ৰথমতে টেষ্ট ইতিহাসৰ ১৫তম ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়ে।

ইয়াৰ পাছতে তেওঁ এই ১৫জনৰ ভিতৰত প্ৰথমতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙক আৰু তাৰপাছত নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ডেনিয়েল ভেট্টৰিক চেৰ পেলায়। মায়াৰ্ছে ভেট্টৰিৰ সৰ্বোচ্চ ১৪০ ৰাণৰ অভিলেখ ভংগ কৰে।

Recent News

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd