• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুকে হঠাতে ব্লক কৰি দিলে সকলো নিউজ চাইট ,ক’ত-কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 6:01 pm
facebook_icons_on_an
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ দিনটোত অষ্ট্ৰেলিয়াত কোনো দিনে নঘটা ঘটনা এটা ঘটিল।

ফেচবুকত উপলব্ধ সকলো নিঙজ চাইট মুহূতৰ ভিতৰতে অন্তৰ্ধান হৈ পৰাৰ ফলত ফেচবুকত বাতৰি পৰিব আৰু বাতৰি সম্পৰ্কীয় ভিডিঅ’ চাব বিচৰাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল।

Apply Now

তাৎপৰ্যপূৰ্ণ ভাবে ফেচবুক কৰ্তৃপক্ষই নিউজ চাইট সমূহ বন্ধ কৰি দিয়াৰ সমান্তৰাল ভাবে অষ্ট্ৰেলিয়া চৰকাৰৰ কেতবোৰ অতি গুৰুত্বপূৰ্ণ বিভাগ যেনে স্বাস্থ্য, আৰক্ষী আদি বিভাগৰো পেজ ব্লক কৰি দিয়া হয়।

গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ পেজ ব্লক কৰাৰ বিষয়টোত অষ্ট্ৰেলিয়াৰ চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ফেচবুক কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ বিভাগৰ পেজ ভুলক্ৰমেহে ব্লক কৰি দিয়া হৈছে বুলি স্পষ্টীকৰণ দিছে। নিউজ চাইটসমূহে কোনো আপত্তিজনক বাতৰি প্ৰচাৰ কৰাৰ বাবে সেই চাইটসমূহ বন্ধ কৰি দিয়া হোৱা নাই।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ চৰকাৰে এখন আইন কৰিছে যিখন আইনৰ বাবে ছ’চিয়েল মিডিয়াত  উপলব্ধ নিউজৰ বাবে গুগল আৰু ফেচবুকে চৰকাৰক ধন দিব লাগিব।

সেই আইন খনৰ বিৰোধিতা কৰিয়েই ফেচবুক কৰ্তৃপক্ষই আজি সমগ্ৰ দেশ খনতে নিউজ চাইট সমূহ বন্ধ কৰি দিয়ে।

তথ্য অনুসৰি প্ৰতি মাহে প্ৰায় ১৭ নিযুত লোকে অষ্ট্ৰেলিয়াত ফেচবুকৰ জৰিয়তে নিউজ চায়।

ইপিনে নিউজৰ বিপৰীতে ধন আদায় দিয়াৰ বিষয়টোৰ ফেচবুকে বিৰোধিতা কৰিছে যদিও গুগলে শেহতীয়াকৈ ৰুপাৰ্ট মাৰ্ডকৰ নিউজ নেটৱৰ্কৰ সৈতে ধনৰ বিনিময় সম্পৰ্কীয় এখন চুক্তি কৰিছে।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত প্ৰতি ১০০ ডলাৰ মূল্যৰ  বিজ্ঞাপনৰ ধনৰ ৮১ ডলাৰ ফেচবুক আৰু গুগললৈ যায়।

নতুন আইন খন কাৰ্যকৰী হ’লে ফেচবুক-গুগলে লাভ কৰা ধনৰ পৰিমাণ কমি যাব।সেইবাবেই আজি ফেচবুকে অষ্ট্ৰেলিয়াত বন্ধ কৰি দিয়ে সকলো নিউজ চাইট আৰু নিউজ পেজ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd