• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেলী গণহত্যাৰ শ্বহীদসকলক সোঁৱৰণ; মমবাতি প্ৰজ্বলন এবিএমছুৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 18, 2021 8:55 pm
ABMSU

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ দিনটো অসমৰ বাবে এটা কলংকিত দিন। আজিৰ এই দিনটোতে তাদানীত্বন নগাঁও জিলাৰ নেলীত বহু নিৰীহ লোকক অচিনাক্ত দুৰ্বৃত্তই নৃশংস ভাবে হত্যা কৰিছিল। কিন্তু এই সকল লোকৰ পৰিয়ালে আজিও ন্যায় পাবলৈ সক্ষম নহল। এই ভাষ্য সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ।

আজি সন্ধিয়া তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত দ্বাৰকুছিত নেলী গণ হত্যাৰ বলি হোৱা বীৰ শ্বহীদ সকলৰ সোঁৱৰণত মমবাতি প্ৰজ্বলন অনুষ্ঠানত অংশ গ্ৰহণ কৰি টাইচন হুছেইনে এইদৰে কয়।

Apply Now

হুছেইনে পুনৰ কয় যে অসম আন্দোলনৰ নামত সেই সময়ত নিৰীহ লোকক একমাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ হোৱা বাবেই নৃশংস ভাৱে হত্যা কৰা হৈছিল।  এই হত্যা কাণ্ডৰ আজি ৩৮ টা  বছৰ অতিক্ৰম কৰিলে।

তেওঁ লগতে কয় যে এই হত্যাকাণ্ডৰ বিপৰীতে ৬৮৮ টা গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ টা গোচৰৰ অভিযোগনামা ও দাখিল কৰা হৈছিল যদিও নেলীৰ নিৰীহ লোক সকলক চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰিলে, আনকি বিচাৰ প্ৰক্রিয়াও চৰকাৰে আৰম্ভ নকৰিলে।

আজি আমি নেলীৰ গণহত্যা কাণ্ডত প্ৰাণ হেৰুওৱা লোক সকলক শ্ৰদ্ধাৰে সুৱঁৰিছো আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি হত্যাকাৰী সকলৰ উচিত শাস্তি প্ৰদান কৰাটো বিচাৰিছো। অন্যথা এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ পুনৰ ৰাজপথত আন্দোলনত নামিবলৈ এবিএমছু বাধ্য হব বুলিও টাইচন হুছেইনে মন্তব্য কৰে।

এবিএমছুৰ সম্পাদক গৰাকীয়ে অসম আন্দোলনত নেলীত মৃত্যু হোৱা লোক সকলক শ্বহীদ ঘোষণা কৰাৰ দাবী জনোৱাৰ লগতে পৰিয়াল সমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনায়।

আজি দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ কাৰ্য্যালয় প্ৰাংগণত  নেলী গণ হত্যাৰ শ্বহীদ সকলৰ সোঁৱৰণত অনুষ্ঠিত মমবাতি প্ৰজ্বলন অনুষ্ঠানৰ আঁত ধৰে তামুলপুৰ জিলা এবিএমছুৰ সাধাৰণ সম্পাদক বুবুল অলীয়ে।

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খান আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মহিবৰ ৰহমানেও শ্বহীদ সকলৰ সোঁৱৰণত ভাষণ ৰাখে।

ভাষণৰ অন্তত নেলী হত্যাকাণ্ডৰ শ্বহীদসকলৰ সোঁৱৰণত মমবাতি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সাদগতি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd