• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামিলনাডুত নিৰ্যাতনৰ বলি অসমৰ জয়মালা; নিৰ্যাতনকাৰী দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 3:37 pm
elephant-750x375

ভিডিঅ'টোৰ স্ক্ৰীণশ্বট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা অতি শিহৰণকাৰী দৃশ্যই সকলোৰে বিবেকক জোকাৰি গৈছে। সম্প্ৰতি আমি লাভ কৰা এটা ভিডিঅ’ই ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

দৰাচলতে অসমৰ এটা হাতীৰ ওপৰত অমানুষিক অত্যাচাৰ চলিছে। দুজন মানুহে এটা হাতীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ আমাৰ হাতত আহি পৰিছে।

তামিলনাডুত এইদৰে অসমৰ পৰা নিয়া হাতীৰ ওপৰত এই বৰ্বৰতা চলিছে।

এটা অতি অত্যন্ত দুখ লগা দৃশ্য। সামান্যতমো মানবীয় অনুভূতি নথকা দুজন পিশাচে হাতীটোৰ ওপৰত যি অত্যাচাৰ চলাইছে এই দৃশ্যই যিকোনো লোকৰে মৰ্মস্থলত আঘাত দিব।

আমি জানিব পাৰিছো এই হাতীটোৰ নাম জয়মালা। এটা প্ৰায় ৩২ বছৰীয়া মাখুণ্ডি হাতী। তামিলনাডুত স্থানীয়ভাবে ইয়াৰ নাম ৰখা হৈছে জয়ালয়াথা।

অসমৰ তিনিচুকীয়া জিলাৰ পৰা এই হাতীটো তামিলনাডুলৈ নিয়া হৈছিল। হাতীটোৰ মালিক আছিল গিৰীণ মৰাণ। ২০০৮ চনত এই হাতীটো temporary lease ত তামিলনাডুলৈ নিয়া হৈছিল। তাৰ পাছৰ পৰা বিগত ১৩ বছৰ ধৰি তামিলনাডুৰ শ্ৰীভিল্লিপুথুৰৰ এটা মন্দিৰত অবৈধভাৱে captive কৰি ৰখা হৈছিল।

Mahout, kavadi booked for thrashing elephant at rejuvenation camp.

It was such a sad incident. https://t.co/ijAarTBmfy

— Parveen Kaswan, IFS (@ParveenKaswan) February 21, 2021

অসমৰ জয়মালা নামৰ এই হাতীটোৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ সেই ভয়ংকৰ ভিডিঅ’ আজি আমি লাভ কৰিছো। দেখিলেই গাৰ নোম শিঁয়ৰি উঠা এটা দৃশ্য। এই কাণ্ড সংঘটিত হৈছে তামিলনাডুৰ এটা rejuvenation camp ত।

উল্লেখ্য যে ২০০৮ চনত তিনিচুকীয়াৰ পৰা এই হাতীটো নিয়াৰ সময়তে আন এটা হাতী গোলাঘাটৰ পৰা তামিলনাডুলৈ নিয়া হৈছিল। যিটো হাতীৰ নাম আছিল প্ৰেৰণা। তামিলনাডুত তাৰ নাম দিয়া হৈছিল দেইভানাই। সেই হাতীটোৱে ২০২০ চনৰ মে মাহত এজন মাউতক হত্যা কৰিছিল। তাৰ পাছত দুয়োটা হাতী, অৰ্থাৎ জয়মালা আৰু প্ৰেৰণা, দুয়োটাকে অসমলৈা প্ৰেৰণ কৰাৰ কথা আছিল। কিন্তু এতিয়ালৈ অসম আহি নাপালে এই হাতী দুটা।

Just in | Video surfaces of two mahouts attacking an #elephant at the #Thekkampatti rejuvenation camp for temple and mutt elephants in #Coimbatore. HR&CE Department to conduct an inquiry into the incident.
– @Akileish reports.

— The Hindu – Chennai (@THChennai) February 21, 2021

তাৰ পাছত জয়মালা নামৰ এই হাতীটোৰ ওপৰত এই দুখলগা ঘটনা সংঘটিত হৈছে। হাতীক গৌৰৱৰ প্ৰতীক হিচাপে চিনাকি দিয়া হয়। অসমৰ পৰা নিয়া তেনে এটা হাতীৰ ওপৰতে তামিলনাডুত এই অমানুষিক অত্যাচাৰ চলিছে।

বিগত সময়ত অসমৰ পৰা শ শ হাতী বহিৰাজ্যলৈ নিয়া হৈছে। যিসমূহৰ তথ্য সম্বলিত বাতৰি নৰ্থ-ইষ্ট নাওৱে পূৰ্বেও বহুবাৰ প্ৰকাশ কৰিছে। বহিৰাজ্যলৈ নিয়া বহু হাতীৰ কোনো শুংসূত্ৰ নোহোৱা ঘটনাও সংঘটিত হৈছে। তাৰ মাজতেই এইবাৰ এই ঘটনা সংঘিত হৈছে যি ঘটনাই প্ৰকৃতি প্ৰেমী বা জীৱ জন্তুক ভালপোৱা প্ৰতিজন ব্যক্তিক ব্যথিত কৰিছে।

জানিব পৰা মতে, এই ঘটনা পোহৰলৈ অহাৰ পাছত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে হাতীটোৰ ওপৰত নিৰ্যাতন চলোৱা মাউত দুজনক তামিলনাডুৰ বন বিভাগে গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd