• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

চানু গগৈ by চানু গগৈ
March 1, 2021 9:05 pm
index.jpg12
722
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত থানাগড়া গাঁৱৰ দুগৰাকী কলেজীয়া ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ সন্দৰ্ভত থানাগড়া গাঁৱৰ মিৰাজ আলীৰ পত্নী মাইনা খাতুনে মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ মতে, তেওঁলোকৰ কন্যা তথা লাহৰীঘাটৰ নগাবন্ধা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ইমৰানা খাতুন নামৰ ছাত্ৰী গৰাকীয়ে যোৱা ২৩ ফেব্ৰুৱাৰিৰ দিনা মহাবিদ্যালয় লৈ যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছে।

একেদৰে একেখন গাঁৱৰে তথা ইমৰানাৰ বান্ধৱী মৰিগাঁৱত অধ্যয়নৰত উমনে হানী নামৰ মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীও সিদিনাৰে পৰা নিৰুদ্দেশ হৈ আছে।

ইফালে উমনে হানী নামৰ ছাত্ৰী গৰাকীয়ে ২৩ আৰু ২৪ ফেব্ৰুৱাৰৰ সন্ধিয়া নিজা ম’বাইল ফোন যোগে ইমৰানাৰ পিতৃ মাতৃৰ লগত যোগাযোগ কৰে যদিও বৰ্তমান ম’বাইল বন্ধ ৰখা বুলিও ইমৰানাৰ পিতৃ মিৰাজ আলীয়ে জনাইছে।

ঘটনাৰ সন্দৰ্ভত ২৬ ফেব্ৰুৱাৰীত মৰিগাঁও সদৰ থানাত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে আৰক্ষীয়ে ছাত্ৰী দুগৰাকীৰ সন্দৰ্ভত কোনো সন্ধান উলিয়াব পৰা নাই।

উল্লেখযোগ্য যে নগাবন্ধা মহাবিদ্যালয়ৰ ছাত্ৰী ইমৰানা খাতুন এগৰাকী ভাল খেলুৱৈ।

বৰ্তমান ইমৰানা খাতুন নামৰ ছাত্ৰী গৰাকীৰ পিতৃ মাতৃ শোকত ম্ৰিয়মান হৈ পৰিছে। কোনো সদাশয় লোকে ছাত্ৰী দুগৰাকীৰ সন্ধান পালে ৯৬৭৮৫-৩৯০৪২ ম’বাইল নম্বৰত ফোন কৰি জনাবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

স্মৰ্তব্য যে প্ৰায় এসপ্তাহ ধৰি পৰিয়ালৰ লোকে ছাত্ৰী দুগৰাকীক বিচাৰিও কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd