• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2021 1:55 pm
31-08-19-Guwahati-agp-pmt-3-750x375
485
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে অসম গণ পৰিষদৰ তৃতীয়খন তালিকা আজি প্ৰকাশ কৰা হৈছে। মুঠ ১৩জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে দলটোৱে।

আজি প্ৰকাশ কৰা তালিকা অনুসৰি বঙাইগাঁৱত মন্ত্ৰী ফনীভূষণ চৌধুৰী, ছয়গাঁৱত ডাঃ কমলাকান্ত কলিতা, পশ্চিম গুৱাহাটীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, আৰু উত্তৰ অভয়াপুৰীত ভূপেন ৰায়ক প্ৰাৰ্থিত্ব দিয়া হৈছে।

সেইদৰে, মানকাচৰত জাবেদ ইছলাম, দক্ষিণ অভয়াপুৰীত পূৰ্ণেন্দু বনিক্য, গোৱালপাৰা পূবত জ্যোতিষ দাস, গোৱালপাৰা পশ্চিমত শ্বেখ ছাহ আলম আৰু ভবানীপুৰত ড০ ৰঞ্জিত নাৰায়ন ডেকাক প্ৰাৰ্থিত্ব দিয়া হৈছে।

আনহাতে, বৰপেটাত বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী, চেঙাত ৰবিউল হুছেইন আৰু বকোত জ্যোতি প্ৰসাদ দাসক প্ৰাৰ্থিত্ব দিয়া হৈছে।

অগপৰ দ্বিতীয়খন তালিকা যোৱা ১১ মাৰ্চত প্ৰকাশ পাইছিল।  সেই অনুসৰি, ৰহা সমষ্টিত বিষ্ণু দাস, দলগাওঁ সমষ্টিত হবিবৰ ৰহমান, কৰিমগঞ্জ দক্ষিণত আজিজ আহমেদ খান, আলগাপূৰ সমষ্টিত আপ্তবুদ্দিন লস্কৰ, যমুনামুখত ছাদ্দিকুল্লা ভূঞা আৰু পাথাৰকান্দিত ছাব্বিৰ আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল।

আনহাতে, অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা যোৱা ৭ মাৰ্চৰ দিনা প্ৰকাশ পাইছিল।

সেই অনুসৰি, বোকাখাতত প্ৰাৰ্থিত্ব লাভ কৰিছিল অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, টীয়কত ৰেণুপমা ৰাজখোৱা, আমগুৰিত প্ৰদীপ হাজৰিকা, চাবুৱাত পোনাকণ বৰুৱা, নাওবৈছাত জয়ন্ত খাউণ্ড আৰু তেজপুৰত পৃথ্বিৰাজ ৰাভাই (বিষ্ণুৰাভাৰ পুত্ৰ) লাভ কৰিছিল অগপৰ প্ৰাৰ্থিত্ব।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd