• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্মীয় অনুভূতিত আঘাত! নিৰামিষ পিজ্জা নোপোৱাৰ বাবে ১ কোটি টকাৰ ক্ষতিপূৰণৰ গোচৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2021 3:10 pm
321
VIEWS
Share on FacebookShare on Twitter

এগৰাকী নিৰামিষহাৰী মহিলাই এখন ৰেষ্টুৰেণ্টলৈ পিজ্জা অনলাইন অৰ্ডাৰ দিছিল।

ৰেষ্টুৰেণ্টখনেও তেওঁক পিজ্জা ডেলিভাৰি দিলে।

পিজ্জাটো খোৱাৰ সলনি তেওঁ উপভোক্তা আদালতত গোচৰ তৰে।

গোচৰ তৰে ক্ষতিপূৰণৰ।

ক্ষতিপূৰণো কম নহয়।

এক কোটি টকা!

ধৰ্মীয় অনুভূতিত আঘাত পোৱাৰ অভিযোগত এই ক্ষতিপূৰণৰ গোচৰ।

ঘটনাটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।

কিন্তু কিয়?

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দীপালি ত্যাগী নামৰ মহিলাগৰাকী এগৰাকী নিৰামিষহাৰী।

গোচৰৰ আবেদনখনত তেওঁ দাবী কৰা মতে, তেওঁ নিৰামিষহাৰী হোৱাৰ মূলতে হ’ল তেওঁৰ ”ধৰ্মীয় বিশ্বাস, সংস্কাৰ, পৰিয়ালৰ পৰম্পৰা, নিজা বিবেক”।

কিন্তু অৱশেষত সকলো সংস্কাৰ পালন কৰিও শেষত এটা আমিষ পিজ্জা কামুৰিব লগা হ’ল!

ঘটনাটো ২০১৯ চনৰ ২১ মাৰ্চৰেই।

সেইদিনা আছিল হোলী।

দীপালিয়ে পৰিয়ালবৰ্গৰ স’তে হোলী উদযাপনৰ বাবে গাজিয়াবাদৰ এখন আমেৰিকান ৰেষ্টুৰেণ্টলৈ এটা নিৰামিষ পিজ্জা অৰ্ডাৰ দিছিল।

যেতিয়া কিছু পলমকৈ পিজ্জাটো ডেলিভাৰি দিয়ে, তেওঁ লগে লগে পিজ্জাটো খাবলৈ ধৰে।

কিন্তু কামুৰ মৰাৰ লগে লগে গম পায় যে পিজ্জাটো নিৰামিষ নহয়!

লগে লগে তেওঁ ধৰ্মীয় আৱেগত আঘাত পায়।

গোচৰৰ আবেদনখনত তেওঁ কোৱামতে, কামোৰাৰ লগে লগে তেওঁ গম পায় যে পিজ্জাত কাঠফুলাৰ সলনি মাংসহে আছে।

তেওঁৰ অধিবক্তা ফাৰহাট ৱাৰ্চিয়ে আদালতত কয় যে দীপালিয়ে লগালগ গ্ৰাহক কেন্দ্ৰলৈ ফোন কৰে।

ফোন কৰি তেওঁ আপত্তি দৰ্শাই যে এগৰাকী বিশুদ্ধ নিৰামিষহাৰী লোকৰ ঘৰলৈ কিয় আমিষ পিজ্জা পঠাব!

কিছু দিনৰ পাছত, ৰেষ্টুৰেণ্টখনৰ মেনেজাৰজনে দীপালিক মাতে।

তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে গোটেই পৰিয়ালটোকে এদিন বিনামূল্যে পিজ্জাৰ যোগান ধৰিব।

কিন্তু দীপালিয়ে কয় যে এই ঘটনাটো সৰল নহয়, যিহেতু তেওঁৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আঘাত কৰা হৈছে।

ধৰ্মীয় অনুভূতিত আঘাট পোৱাৰ বাবে তেওঁৰ চীৰকালৰ বাবে মানসিক অশান্তি হোৱা বুলিও কয়।

তদুপৰি তেওঁ কয় যে পিজ্জাটো কামোৰাৰ প্ৰায়শ্বিত্তৰ বাবে তেওঁ দীৰ্ঘকালৰ বাবে খৰচী সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লাগিব।

যাৰ বাবে তেওঁৰ সমগ্ৰ জীৱনটোত লাখ লাখ টকা খৰচ হ’ব।

ঘটনাটোৱে সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd