• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্মীয় অনুভূতিত আঘাত! নিৰামিষ পিজ্জা নোপোৱাৰ বাবে ১ কোটি টকাৰ ক্ষতিপূৰণৰ গোচৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2021 3:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী নিৰামিষহাৰী মহিলাই এখন ৰেষ্টুৰেণ্টলৈ পিজ্জা অনলাইন অৰ্ডাৰ দিছিল।

ৰেষ্টুৰেণ্টখনেও তেওঁক পিজ্জা ডেলিভাৰি দিলে।

Apply Now

পিজ্জাটো খোৱাৰ সলনি তেওঁ উপভোক্তা আদালতত গোচৰ তৰে।

গোচৰ তৰে ক্ষতিপূৰণৰ।

ক্ষতিপূৰণো কম নহয়।

এক কোটি টকা!

ধৰ্মীয় অনুভূতিত আঘাত পোৱাৰ অভিযোগত এই ক্ষতিপূৰণৰ গোচৰ।

ঘটনাটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।

কিন্তু কিয়?

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দীপালি ত্যাগী নামৰ মহিলাগৰাকী এগৰাকী নিৰামিষহাৰী।

গোচৰৰ আবেদনখনত তেওঁ দাবী কৰা মতে, তেওঁ নিৰামিষহাৰী হোৱাৰ মূলতে হ’ল তেওঁৰ ”ধৰ্মীয় বিশ্বাস, সংস্কাৰ, পৰিয়ালৰ পৰম্পৰা, নিজা বিবেক”।

কিন্তু অৱশেষত সকলো সংস্কাৰ পালন কৰিও শেষত এটা আমিষ পিজ্জা কামুৰিব লগা হ’ল!

ঘটনাটো ২০১৯ চনৰ ২১ মাৰ্চৰেই।

সেইদিনা আছিল হোলী।

দীপালিয়ে পৰিয়ালবৰ্গৰ স’তে হোলী উদযাপনৰ বাবে গাজিয়াবাদৰ এখন আমেৰিকান ৰেষ্টুৰেণ্টলৈ এটা নিৰামিষ পিজ্জা অৰ্ডাৰ দিছিল।

যেতিয়া কিছু পলমকৈ পিজ্জাটো ডেলিভাৰি দিয়ে, তেওঁ লগে লগে পিজ্জাটো খাবলৈ ধৰে।

কিন্তু কামুৰ মৰাৰ লগে লগে গম পায় যে পিজ্জাটো নিৰামিষ নহয়!

লগে লগে তেওঁ ধৰ্মীয় আৱেগত আঘাত পায়।

গোচৰৰ আবেদনখনত তেওঁ কোৱামতে, কামোৰাৰ লগে লগে তেওঁ গম পায় যে পিজ্জাত কাঠফুলাৰ সলনি মাংসহে আছে।

তেওঁৰ অধিবক্তা ফাৰহাট ৱাৰ্চিয়ে আদালতত কয় যে দীপালিয়ে লগালগ গ্ৰাহক কেন্দ্ৰলৈ ফোন কৰে।

ফোন কৰি তেওঁ আপত্তি দৰ্শাই যে এগৰাকী বিশুদ্ধ নিৰামিষহাৰী লোকৰ ঘৰলৈ কিয় আমিষ পিজ্জা পঠাব!

কিছু দিনৰ পাছত, ৰেষ্টুৰেণ্টখনৰ মেনেজাৰজনে দীপালিক মাতে।

তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে গোটেই পৰিয়ালটোকে এদিন বিনামূল্যে পিজ্জাৰ যোগান ধৰিব।

কিন্তু দীপালিয়ে কয় যে এই ঘটনাটো সৰল নহয়, যিহেতু তেওঁৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আঘাত কৰা হৈছে।

ধৰ্মীয় অনুভূতিত আঘাট পোৱাৰ বাবে তেওঁৰ চীৰকালৰ বাবে মানসিক অশান্তি হোৱা বুলিও কয়।

তদুপৰি তেওঁ কয় যে পিজ্জাটো কামোৰাৰ প্ৰায়শ্বিত্তৰ বাবে তেওঁ দীৰ্ঘকালৰ বাবে খৰচী সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লাগিব।

যাৰ বাবে তেওঁৰ সমগ্ৰ জীৱনটোত লাখ লাখ টকা খৰচ হ’ব।

ঘটনাটোৱে সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd