• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত নিৰ্বাচনী হিংসা: দিলীপ কুমাৰ পালৰ নিৰ্বাচনী এজেণ্টৰ ঘৰত নিশা দুৰ্বৃত্তৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 8:53 am
Dilip-Kumar-Paul-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী বতাহ।

বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিয়া গেৰুৱা দলটোৰ এগৰাকী পুৰণি কৰ্মী তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালৰ নিৰ্বাচনী এজেণ্টৰ বাসভৱনত এইবাৰ চলিল আক্ৰমণ।

Apply Now

শিলচৰ সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী দ্বৈপায়ন চক্ৰৱৰ্তীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হিচাবে থিয় দিয়া দিলীপ কুমাৰ পালৰ নিৰ্বাচনী এজেণ্ট বাবু সিঙৰ বাসভৱনত যোৱা নিশা দুৰ্বৃত্তিই ধাৰাসাৰ শিলাবৰ্ষণ কৰে।

পেছাত অধিবক্তা নিৰ্বাচনী এজেণ্ট বাবু সিঙৰ বাসভৱনটো শিলাবৰ্ষণৰ ফলত ব্যিাপক ভাবে ক্ষতিগ্ৰস্ত হয়।

আক্ৰমণ সংঘটিত হোৱাৰ সময়ত বাবু সিঙৰ ঘৰত কোনো পুৰুষ সদস্য উপস্থিত নাছিল।

আক্ৰমণৰ ঘটনাটোক গৰিহণা দি ফেচবুকত দিলীপ কুমাৰ পালে এইবুলি লিখিছে যে শিলচৰত পুনৰ পূৰ্বৰ সেই সন্ত্ৰাসময় দিনবোৰ উভতি আহিল নেকি?

উল্লেখ্য  বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰাৰ পিছতে গেৰুৱা দলটোৰ এগৰাকী নিষ্ঠাবান পুৰণি কৰ্মী তথা শিলচৰ সমষ্টিৰ বিধায়ক দিলীপ কুমাৰ পালে  বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।

সোণোৱাল চৰকাৰৰ দিনতে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰা দিলীপ কুমাৰ পালে ২০১৮ চনৰ ৮ মে’ত উক্ত পদৰ পৰা পদত্যাগ কৰিছিল।

এনআৰচি প্ৰসংগত দলৰ একাংশ শীৰ্ষ নেতাৰ সৈতে মতবিৰোধ হোৱাৰ বাবেই তেওঁ বিধানসভাৰ উপাধ্যক্ষৰ পদ এৰিছিল।

শিলচৰ সমষ্টিত পালক বঞ্চিত কৰি বিজেপিয়ে প্ৰক্ষেপ কৰিলে দ্বিপায়ন চক্ৰৱৰ্তীক।

এই কথাতে আশাহত হৈ  দল ত্যাগ কৰা পালে শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিছে।

ফলত দ্বৈপায়ন চক্ৰৱৰ্তীৰ নিৰ্বাচনী অংকত আউল লগা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd