• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পকী দলঙৰ বাবে আৰু কিমান অপেক্ষা! ৰাজনৈতিক নেতাৰ লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে আছুৱে

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
March 16, 2021 11:41 am
Margherita bridge

ফটো: নৰ্থইষ্ট নাও।

212
VIEWS
Share on FacebookShare on Twitter

পকী দলং নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সমষ্টিৰ লিডু বৰুৱা ঘাটত আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু লিডু শাখাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

এতিয়া নিৰ্বাচনৰ বতৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আশ্বাস আৰু প্ৰতিশ্ৰুতি দিব ৰাইজক।

কিন্তু এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লিডু বৰুৱা ঘাট অঞ্চলৰ ৰাইজক দিব লাগিব পকীদলং নিৰ্মাণ কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি।

এইবাৰ ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে অঞ্চলটোত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিলে লিখিতভাৱে দিব লাগিব নিৰ্বাচনত জয় লাভ কৰা ৬ মাহৰ ভিতৰত লিডু কুহিয়াৰবাৰী চিপে গাওঁ সংযোগী টিৰাপ নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি।

এই দাবী মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু লিডু শাখা ছাত্ৰ সন্থাৰ।

এই দাবীৰেই আজি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰুৱা ঘাটত এখন পকী দলং নিৰ্মাণৰ দাবীত আছুৱে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

স্বাধীনতাৰ ৭৪ বছৰ পাছতো অঞ্চলটোত এখন পকী দলং নিৰ্মাণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত প্ৰায় ২০ খনৰো অধিক গাওঁৰ কেইবা হাজাৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd