• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে যুঁজ দিব লৰেঞ্চ ইছলাৰীয়ে : দাখিল কৰিলে মনোনয়ন পত্ৰ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
March 18, 2021 3:04 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিত যোগ দি ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে আজি ৩০নং কোকৰাঝাৰ পূৱ(জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজ মনোনয়ন দাখিল কৰে লৰেঞ্চ ইছলাৰীয়ে।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গ্ৰীণ ফিল্ডৰ পৰা কেবা সহস্ৰাধিক সমৰ্থকৰ স’তে কেবা কিলোমিটাৰ সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ৰিটাৰ্নিং বিষয়াৰ ওচৰত নিজ মনোনয়নপত্ৰ দাখিল কৰে লৰেঞ্চ ইছলাৰীয়ে।

Apply Now

সংবাদ মাধ্যমৰ স’তে হোৱা বাৰ্তালাপত লৰেঞ্চ ইছলাৰীয়ে কয় যে বিগত ৩০ বছৰে বিধায়িকা, মন্ত্ৰী হৈ থকা প্ৰমিলা ৰাণী ব্ৰহ্মই সমষ্টিৰ উন্নয়নত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু ৰাইজৰ জলন্ত সমস্যাসমূহ এটাও সমাধান নকৰিলে।

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে তেওঁ বিজয় নিশ্চিত বুলি দাবী কৰি সমন্বয়, শান্তি আৰু নিৰাপত্তাৰ বিটিআৰ গঢ়াই মূল লক্ষ্য বুলি সদৰি কৰিছে। চৰকাৰ বিজেপি-ইউপিপিএলৰে হ’ব বুলি মন্তব্য কৰি আজিকালি ভোটাৰ ৰাইজে চৰকাৰৰ লগত থাকিহে উন্নয়ন বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইছলাৰীয়ে।

উল্লেখ্য যে হেভীৱেইট প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে এইবাৰ লৰেঞ্চ ইছলাৰীয়ে প্ৰতিদ্বন্দ্বিতাত কৰাত ৩০নং কোকৰাঝাৰ পূৱ(জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে।

ৰিণয় বসুমতাৰী

ৰিণয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd