DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে যুঁজ দিব লৰেঞ্চ ইছলাৰীয়ে : দাখিল কৰিলে মনোনয়ন পত্ৰ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
March 18, 2021 3:04 pm
index
6.5k
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতিত যোগ দি ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে আজি ৩০নং কোকৰাঝাৰ পূৱ(জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজ মনোনয়ন দাখিল কৰে লৰেঞ্চ ইছলাৰীয়ে।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গ্ৰীণ ফিল্ডৰ পৰা কেবা সহস্ৰাধিক সমৰ্থকৰ স’তে কেবা কিলোমিটাৰ সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ৰিটাৰ্নিং বিষয়াৰ ওচৰত নিজ মনোনয়নপত্ৰ দাখিল কৰে লৰেঞ্চ ইছলাৰীয়ে।

সংবাদ মাধ্যমৰ স’তে হোৱা বাৰ্তালাপত লৰেঞ্চ ইছলাৰীয়ে কয় যে বিগত ৩০ বছৰে বিধায়িকা, মন্ত্ৰী হৈ থকা প্ৰমিলা ৰাণী ব্ৰহ্মই সমষ্টিৰ উন্নয়নত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু ৰাইজৰ জলন্ত সমস্যাসমূহ এটাও সমাধান নকৰিলে।

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে তেওঁ বিজয় নিশ্চিত বুলি দাবী কৰি সমন্বয়, শান্তি আৰু নিৰাপত্তাৰ বিটিআৰ গঢ়াই মূল লক্ষ্য বুলি সদৰি কৰিছে। চৰকাৰ বিজেপি-ইউপিপিএলৰে হ’ব বুলি মন্তব্য কৰি আজিকালি ভোটাৰ ৰাইজে চৰকাৰৰ লগত থাকিহে উন্নয়ন বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইছলাৰীয়ে।

উল্লেখ্য যে হেভীৱেইট প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে এইবাৰ লৰেঞ্চ ইছলাৰীয়ে প্ৰতিদ্বন্দ্বিতাত কৰাত ৩০নং কোকৰাঝাৰ পূৱ(জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে।

Recent News

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd