• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰজা’ই দাখিল কৰিলে মনোনয়ন; প্ৰজাই জীয়াতু ভুগিলে মহানগৰীৰ ৰাজপথত

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 18, 2021 5:10 pm
a photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰজা’ৰ বাবেই যেন আজি পুনৰ জীয়াতু ভূগিবলগীয়া হ’ল গুৱাহাটী মহানগৰীৰ মহানাগৰিকে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেল চলাই গৈ মনোনয়ন দাখিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ,  ফলত জিএছ ৰোডত  সৃষ্টি হ’ল তীব্ৰ যান-জঁট।

Apply Now

ঢোলে দগৰে মনোনয়ন দিলে বিজেপিৰ অতুল বৰা আৰু অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই; ঘন্টা ঘন্টা জুৰি জীয়াতু ভুগিলে পথচাৰীয়ে।

বৃহস্পতি বাৰে গুৱাহাটীত বহু হাই প্ৰফাইল নেতায়ে মনোনয়ন দাখিল কৰে কাছাৰী স্থিত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত।

পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেল চলাই মনোনয়ন দাখিল কৰে।

কিন্তু মন্ত্ৰী দুগৰাকীৰ সেই চাইকেল ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে যোগদান কৰাত মহানগৰীৰ জি.এছ ৰোডত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

ঘন্টা ঘন্টা ধৰি সৃষ্টি যান-জঁটৰ ফলত সাধাৰণ জনতা বা পথচাৰীয়ে জীয়াতু ভুগিবলগীয়া হয়।

কেৱল সিমানেই নহয়, ৰজাই মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ ফলত সাধাৰণ জনতাক হাৰাশাস্তি কৰি কাছাৰী অঞ্চলৰ জিলা উপায়ুক্ত কাৰ্য্যালয়, গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যালয়, জিলা দণ্ডাধীশ আদালতত প্ৰৱেশ কৰিব নোৱাৰাকৈ আৰক্ষীয়ে বেৰিকেড দিয়ে।

অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৃহৎ সমদল বাহিৰ কৰাৰ ফলত আমবাৰীৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখলৈকে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

মনোনয়ন দাখিলৰ নামত সৃষ্টি হোৱা এই যান-জঁট বা হাৰাশাস্তি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিশ্চয়কৈ দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd