• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ৰজা’ই দাখিল কৰিলে মনোনয়ন; প্ৰজাই জীয়াতু ভুগিলে মহানগৰীৰ ৰাজপথত

Jahnobi Boruah জাহ্নৱী বৰুৱা
গুৱাহাটী , March 18, 2021 5:32 pm

2 min read

a photo
2.9k
VIEWS
Share on FacebookShare on Twitter

‘ৰজা’ৰ বাবেই যেন আজি পুনৰ জীয়াতু ভূগিবলগীয়া হ’ল গুৱাহাটী মহানগৰীৰ মহানাগৰিকে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেল চলাই গৈ মনোনয়ন দাখিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ,  ফলত জিএছ ৰোডত  সৃষ্টি হ’ল তীব্ৰ যান-জঁট।

ঢোলে দগৰে মনোনয়ন দিলে বিজেপিৰ অতুল বৰা আৰু অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই; ঘন্টা ঘন্টা জুৰি জীয়াতু ভুগিলে পথচাৰীয়ে।

বৃহস্পতি বাৰে গুৱাহাটীত বহু হাই প্ৰফাইল নেতায়ে মনোনয়ন দাখিল কৰে কাছাৰী স্থিত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত।

পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেল চলাই মনোনয়ন দাখিল কৰে।

কিন্তু মন্ত্ৰী দুগৰাকীৰ সেই চাইকেল ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে যোগদান কৰাত মহানগৰীৰ জি.এছ ৰোডত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

ঘন্টা ঘন্টা ধৰি সৃষ্টি যান-জঁটৰ ফলত সাধাৰণ জনতা বা পথচাৰীয়ে জীয়াতু ভুগিবলগীয়া হয়।

কেৱল সিমানেই নহয়, ৰজাই মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ ফলত সাধাৰণ জনতাক হাৰাশাস্তি কৰি কাছাৰী অঞ্চলৰ জিলা উপায়ুক্ত কাৰ্য্যালয়, গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যালয়, জিলা দণ্ডাধীশ আদালতত প্ৰৱেশ কৰিব নোৱাৰাকৈ আৰক্ষীয়ে বেৰিকেড দিয়ে।

অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৃহৎ সমদল বাহিৰ কৰাৰ ফলত আমবাৰীৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখলৈকে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

মনোনয়ন দাখিলৰ নামত সৃষ্টি হোৱা এই যান-জঁট বা হাৰাশাস্তি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে নিশ্চয়কৈ দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে।

Recent News

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

Mantri

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

a myanmar

ৰঙালীৰ ৰং: শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু প্ৰতিযোগিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd