• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ! ভগা কাঁচৰ টুকুৰা, মাংস কটা চুৰি আৰু মূৰত জুই লগাই দি চুলি কাটে এইজন নাপিতে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 5:53 pm
352
VIEWS
Share on FacebookShare on Twitter

চুলি কটা আৰু কেশসজ্জাৰ এক অভিনৱ আৰু অনন্য পদ্ধতিৰে চৰ্চালৈ আহিছে এজন নাপিত।

পাকিস্তানৰ লাহোৰৰ আলি আব্বাছ নামৰ নাপিতজনৰ চুলি কটা আৰু চুলিৰ সজোৱাৰ শেহতীয়া এটা ভিডিঅ’ই সা্মাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো অনুসৰি, নাপিতজনে কেশসজ্জাৰ বাবে ব্যৱহাৰৰ কৰে ভগা কাঁচৰ টুকুৰা, হাতুৰি আৰু কচাইৰ চুৰি-কটাৰীৰে।

আনকি কিছু গ্ৰাহকৰ ক্ষেত্ৰত, তেওঁ চুলিত জুইও লগাই দি কেশসজ্জা কৰে।

পাকিস্তানৰ এটা নিউজ চেনেল এ.আৰ.ওৱাই. নিউজে (ARY News) নাপিতজনৰ এই বাতৰিটো প্ৰকাশ কৰিছে।

ভিডিঅ’টোত আলিয়ে কৈছে যে তেওঁৰ পেচাৰ বাবে এই অপৰাম্পগত পদ্ধতি আৱিষ্কাৰ কৰিছে।

এজন গ্ৰাহকৰ চুলিখিনি এটা ভগা কাঁচৰ বটলৰ টুকুৰাৰে কেশসজ্জা কৰি কৰি তেওঁ নিউজ চেনেলটোক কয় যে- ”মই প্ৰতিদিনে কিবা এটা নতুন কাম কৰাৰ চেষ্টা কৰো। হৃদয়ৰ পৰা কোনো কাম কৰিলে সফলতা নিশ্চিতভাৱে পোৱা যায়।”

আনহাতে গ্ৰাহকসকলেও আলিৰ এই অভিনৱ পদ্ধতি উপভোগ কৰি আহিছে বুলি জনায়।

”মই সঁচাকৈয়ে সন্তুষ্ট। গোটেই সময়খিনিত, মই কিছু ভয় খাইছিলো কিন্তু এয়া সঁচাকৈয়ে ভাল লগা কথা।”- এগৰাকী গ্ৰাহকে এইদৰে কয়।

এজন গ্ৰাহকে আলিক প্ৰশংসা কৰি কয় যে তেওঁ পুনৰ আলিৰ চেলুনলৈ আহিব।

ইতিমধ্যে ইউটিউবত আলিৰ ভিডিঅ’টোৱে ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd