• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমলিংগ বিবাহক স্বীকৃতি প্ৰদানৰ ব্যৰ্থতাক অসাংবিধানিক আখ্যা দিলে জাপানৰ আদালতে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 8:26 pm
Japan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ অন্যতম আগশাৰী ৰাষ্ট্ৰ জাপানত এতিয়াও সমলিংগ বিবাহ অবৈধ। এখন আদালতে প্ৰদান কৰা এক ঐতিহাসিক ৰায়ে সমলিংগ বিবাহ অস্বীকৃতিৰ ক্ষেত্ৰত জাপানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

জাপানৰ এখন আদালতে ৰায় দিছে যে সমলিংগ বিবাহৰ অনুমতি নিদিয়াটো অসাংবিধানিক। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তই দেশখনত সমলিংগ বিবাহ স্বীকৃতিৰ যুঁজত এক নতুন যুগৰ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

আনহাতে জাপানৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এখন আদালতে জাপানত সমলিংগৰ বিবাহৰ সাংবিধানিক বৈধতাৰ ওপৰত ৰায় প্ৰদান কৰিছে।

জি৭ দেশৰ ভিতৰত জাপানেই একমাত্ৰ দেশ যিখন দেশে এতিয়াও সমলিংগৰ বিবাহক স্বীকৃতি দিয়া নাই।

উল্লেখ্য যে ২০১৯ চনতে জাপানৰ এখন আদালতত সমলিংগ বিবাহকেন্দ্ৰিক এটা গোচৰ ৰুজু কৰা হৈছিল। হোক্কাইডো প্ৰিফাৰ্কচৰ তিনি দম্পতীয়ে চৰকাৰে সমলিংগৰ বিবাহৰ অনুমতি নিদিয়াৰ ফলত হোৱা মানসিক ক্ষতিৰ বাবে প্ৰতিটো ক্ষতিৰ বাবদ ১ নিযুত ইয়েন (প্ৰায় ৯,১৬০ ডলাৰ) দাবী কৰি এটা গোচৰ ৰুজু কৰিছিল।

ইফালে জাপানে দেশজুৰি সমলিংগৰ বিবাহক স্বীকৃতি প্ৰদান কৰা নাই যদিও দেশখনৰ কিছু অংশত “অংশীদাৰিত্ব প্ৰমাণপত্ৰ” জাৰী কৰি সমলিংগৰ দম্পতীসকলক কিছুমান অধিকাৰ প্ৰদান কৰি আহিছে।

ইয়াৰ মাজৰে চাপোৰো জিলাৰ হোক্কাইডোৰ আদালতৰ ন্যায়াধীশে বুধবাৰে সমলিংগ বিবাহক জাপান চৰকাৰে স্বীকৃতিৰ প্ৰদান নকৰাটোক অসংবিধানিক বুলি উল্লেখ কৰি দেশৰ সকলো নাগৰিকৰ বাবে সমান আইনৰ প্ৰয়োজন বুলি ৰায় প্ৰদান কৰিছে।

অৱশ্যে আদালতে সমলিংগ বিবাহ স্বীকৃতিৰ সমৰ্থন মত প্ৰদান কৰিলে সমলিংগ দম্পতীসকলক ক্ষতিপূৰণ দিয়াটো খাৰিজ কৰিছে।

সমলিংগ বিবাহক জাপান চৰকাৰে স্বীকৃতি প্ৰাদন নকৰাৰ ফলত প্ৰচিলত আইনে সমলিংগ দম্পতীসকলৰ সাংবিধানিক অধিকাৰ ভংগ কৰি আহিছে বুলি দাবী কৰি আহিছে সমলিংগ বিবাহৰ সমৰ্থককলে। ইয়াৰ মাজত এই গোচৰ দিয়া তিনি সমলিংগ দম্পতীও অন্যতম। তেওঁলোকে দেশখনত সাংবিধানিক অধিকাৰ আৰু সুবিধা প্ৰদানৰ বাবেও দাবী জনাই আহিছে।

“আজিৰ সিদ্ধান্তই এইটো প্ৰমাণ কৰিলে যে প্ৰকৃততে আমি কিমান অস্তিত্বহীন হৈ আছো।” তাকাশী নামৰ এগৰাকী সমলিংগবাদীয়ে কয়।

“মই এনে এক সমাজ বিচাৰো য’ত যৌন সংখ্যালঘুসকলে ভৱিষ্যতে এনে এটা জীৱন বাচনি কৰি জীয়াই থকাৰ আশা দেখা পায়।” তেওঁ লগতে কয়।

স্মৰ্তব্য যে সমলিংগ বিবাহক বৈধতা প্ৰদান নকৰিলেও জাপানত ১৮৮০ চনতে সমকামী যৌনতাক বৈধতা প্ৰদান কৰা হৈছিল। এইক্ষেত্ৰত এছিয়াৰ আন ৰাষ্ট্ৰসমূহতকৈ জাপান যথেষ্ট উদাৰ।

প্ৰণিধানযোগ্য যে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰা এছিয়াৰ একমাত্ৰ ৰাষ্ট্ৰখন হৈছে টাইৱান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd