• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ১০ টা সংকল্প; পূৰ্বৰ ব্যৰ্থ প্ৰতিশ্ৰুতিৰ পুনৰ উল্লেখ; নাই বিশেষ নতুনত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2021 11:49 am
WhatsApp Image 2021-03-23 at 11.22.51 AM

ফটো: নৰ্থইষ্ট নাও।

1.7k
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনৰ পূৰ্বে বহু সপোন দেখুৱাই শাসনলৈ অহা বিজেপিয়ে পুনৰ পূৰ্বৰ দৰে সপোনভৰা প্ৰতিশ্ৰুতিৰে ১০ টা বিশেষ সংকল্পৰে প্ৰকাশ কৰি উলিয়ালে নিৰ্বাচনী ইস্তাহাৰ।

য’ত উল্লেখ নাই অসমৰ মূল সমস্যা হিচাপে পৰিগণিত হোৱা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ লগতে অসমৰ “হৃদপিণ্ড” অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ প্ৰসংগ।

ইপিনে, কেন্দ্ৰত ৭ বছৰ থাকিও বানপানী সমস্যা সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰে এইবাৰ পুনৰ সংকল্প ল’লে যে অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰা হ’ব আৰু শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব।

ইপিনে, নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰি বিজেপিৰ সংকল্প “৩০ লাখ পৰিয়ালক সামৰি ৮৩০ টকাৰ পৰিৱৰ্তে ৩০০০ টকালৈ বৃদ্ধি কৰা হ’ব।‘’

ইপিনে, বিজেপিৰ শাসনকালত এক “বুমেৰাঙ”ত পৰিণত হোৱা NRC পুনৰ শৃংখলাকৃতৰূপত সংশোধনৰ সংকল্প ল’লে বিজেপিয়ে।

আনহাতে, ২০১৬ চনত ২৫ লাখ যুৱকক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দি শাসনলৈ আহি মাত্ৰ ৮০০০০ সংস্থাপন দিয়া বিজেপিয়ে এইবাৰ পুনৰ দিলে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ চাকৰি আৰু ৫ বছৰত মুঠ ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি। লগতে ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি।

ইয়াৰোপৰি দোহাৰিলে নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষাৰ বাবে “টাস্ক ফৰ্চ” গঠন আৰু ২.৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি।

অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰো সংকল্প সদৰী কৰে বিজেপিয়ে। লগতে ভূমিহীন লোকক ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়েও উল্লেখ কৰে ১০ সংকল্পৰ ভিতৰত।

ইপিনে, “কা” আন্দোলন বা প্ৰসংগই নিৰ্বাচনৰ ফলাফলত কোনো প্ৰভাৱ নপৰে বুলি দাবী কৰি থকা বিজেপিয়ে পৰাজয়ৰ আশংকাত “কা” বলৱৎ সন্দৰ্ভত এটাও সংকল্প ১০ সংকল্পৰ ভিতৰত অন্তৰ্ভুক্ত নকৰিলে।

অৱশ্যে, অন্যান্য প্ৰতিশ্ৰুতিৰ লগতে ৫ বছৰে নোৱাৰা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ পাছতো ইস্তাহাৰত পুনৰ উল্লেখ কৰিছে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি।

Recent News

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd