• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ১০ টা সংকল্প; পূৰ্বৰ ব্যৰ্থ প্ৰতিশ্ৰুতিৰ পুনৰ উল্লেখ; নাই বিশেষ নতুনত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2021 11:49 am
WhatsApp Image 2021-03-23 at 11.22.51 AM

ফটো: নৰ্থইষ্ট নাও।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ পূৰ্বে বহু সপোন দেখুৱাই শাসনলৈ অহা বিজেপিয়ে পুনৰ পূৰ্বৰ দৰে সপোনভৰা প্ৰতিশ্ৰুতিৰে ১০ টা বিশেষ সংকল্পৰে প্ৰকাশ কৰি উলিয়ালে নিৰ্বাচনী ইস্তাহাৰ।

য’ত উল্লেখ নাই অসমৰ মূল সমস্যা হিচাপে পৰিগণিত হোৱা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ লগতে অসমৰ “হৃদপিণ্ড” অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ প্ৰসংগ।

Apply Now

ইপিনে, কেন্দ্ৰত ৭ বছৰ থাকিও বানপানী সমস্যা সমাধান কৰিব নোৱাৰা বিজেপি চৰকাৰে এইবাৰ পুনৰ সংকল্প ল’লে যে অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰা হ’ব আৰু শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব।

ইপিনে, নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰি বিজেপিৰ সংকল্প “৩০ লাখ পৰিয়ালক সামৰি ৮৩০ টকাৰ পৰিৱৰ্তে ৩০০০ টকালৈ বৃদ্ধি কৰা হ’ব।‘’

ইপিনে, বিজেপিৰ শাসনকালত এক “বুমেৰাঙ”ত পৰিণত হোৱা NRC পুনৰ শৃংখলাকৃতৰূপত সংশোধনৰ সংকল্প ল’লে বিজেপিয়ে।

আনহাতে, ২০১৬ চনত ২৫ লাখ যুৱকক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দি শাসনলৈ আহি মাত্ৰ ৮০০০০ সংস্থাপন দিয়া বিজেপিয়ে এইবাৰ পুনৰ দিলে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ চাকৰি আৰু ৫ বছৰত মুঠ ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি। লগতে ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি।

ইয়াৰোপৰি দোহাৰিলে নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষাৰ বাবে “টাস্ক ফৰ্চ” গঠন আৰু ২.৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি।

অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰো সংকল্প সদৰী কৰে বিজেপিয়ে। লগতে ভূমিহীন লোকক ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়েও উল্লেখ কৰে ১০ সংকল্পৰ ভিতৰত।

ইপিনে, “কা” আন্দোলন বা প্ৰসংগই নিৰ্বাচনৰ ফলাফলত কোনো প্ৰভাৱ নপৰে বুলি দাবী কৰি থকা বিজেপিয়ে পৰাজয়ৰ আশংকাত “কা” বলৱৎ সন্দৰ্ভত এটাও সংকল্প ১০ সংকল্পৰ ভিতৰত অন্তৰ্ভুক্ত নকৰিলে।

অৱশ্যে, অন্যান্য প্ৰতিশ্ৰুতিৰ লগতে ৫ বছৰে নোৱাৰা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ পাছতো ইস্তাহাৰত পুনৰ উল্লেখ কৰিছে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd