• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিধানসভা নিৰ্বাচন ২০২১ : নিৰ্বাচনত কিমান ভোটাৰে কিমান গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 25, 2021 12:04 pm
https://assam.nenow.in/wp-content/uploads/2021/03/evm.jpg
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচন ২০২১ৰ ভোটগ্ৰহণ সমাপ্ত হ’ব অহা ৬ এপ্ৰিলত। আনহাতে ফলাফল ঘোষণা কৰা হ’ব ২ মে’ত।

ইতিমধ্যে নিৰ্বাচনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণেৰে ৰাজ্যখনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Apply Now

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ উজনিৰ ১২ খন জিলাৰ ৪৭ টা সমষ্টিৰ ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

আনহাতে ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১৩ খন জিলাৰ ৩৯ টা সমষ্টিৰ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।

৬ এপ্ৰিলত অনুষ্ঠিতব্য তৃতীয় তথা অন্তিম পৰ্যায় ভোটগ্ৰহণত ১২ খন জিলাৰ ৪০ টা সমষ্টিত ৩৩৭ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৯,১৯,৪৪১ গৰাকী ভোটাৰে।

অসম মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা মতে অসমৰ ১২৬ টা সমষ্টিত ২,৩৩,৭৪,০৮৭ গৰাকী ভোটাৰ আছে। ইয়াৰে ১,১৮,২৩,২৮৬ গৰাকী পুৰুষ, ১,১৫,৫০,৪০৩ গৰাকী মহিলা আৰু ৩৯৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।

ইয়াৰ মাজত ৬৩,০৭৪ গৰাকী চাৰ্ভিছ ভোটাৰো আছে।

অসম মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি ৰাজ্যখনত এইবাৰ ১২,৮১,৯১৮ গৰাকী নতুন আৰু ২,৮৯,৪৭৪ গৰাকী ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰ আছে।

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিটো হৈছে প্ৰথম পৰ্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টি। সমষ্টিটোত ৩,১১,৬৬০ গৰাকী ভোটাৰ আৰু ৪৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

দ্বিতীয় পৰ্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে হোজাই। হোজাইত ২,৬৫,৮৮৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোটগ্ৰহণ কেন্দ্ৰ আছে ৪৪৯ টা।

আনহাতে তৃতীয় পৰ্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট বিধানসভা সমষ্টিটো হৈছে কামৰূপ মহানগৰ জিলাৰ দিছপুৰ। অসমৰ ভিতৰতে সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটোৰ ভোটাৰৰ সংখ্যা হৈছে ৪,১১,৬৩৬ গৰাকী আৰু ইয়াত ভোটগ্ৰহণ কেন্দ্ৰ আছে ৬০৭ টা।

উল্লেখ্য যে অসমৰ সৰ্বনিম্ন ভোটাৰবিশিষ্ট বিধানসভা সমষ্টিটো হৈছে শিৱসাগৰ জিআৰ থাওৰা বিধানসভা সমষ্টি। সমষ্টিটোত ১,১৫,৩৬৫ গৰাকী ভোটাৰ আছে।

Tags: Assam Election
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd